কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয়ৰ মাটি দিব অন্য প্ৰতিষ্ঠানক আবণ্টন দিয়াৰ যো-জা। ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিবৰ বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী। কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি নিছান মটৰ ইণ্ডিয়া আৰু স্মাইল ট্ৰেইন: অস্ত্ৰোপচাৰৰ জৰিয়তে ২৯০টা শিশুৰ জীৱনক পুনৰ আকাৰ দিয়া