আজি বিশ্ব চাইকেল দিৱস। ২০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। দুই শতিকাৰ ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *