পুৱা ৭.০৮ বজাত GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য। GMCHৰ পৰা আমবাৰীস্থিত অগপৰ কাৰ্যালয়লৈ নিয়া হ’ব নশ্বৰদেহ। অসম বিধানসভাৰ চৌহদলৈও নিয়া হ’ব থানেশ্বৰ বড়োৰ নশ্বৰদেহ। Share this:FacebookX Related Post navigation গোৱালপাৰাত শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ বিশ্ব এথলেটিকছ দিৱসত লিমকা বুক অৱ ৰেকৰ্ডছে এথলেটিকছৰ কৃতিত্বক জনাইছে সন্মান