আজি দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই ।উল্লেখযোগ্য যে উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰেখা গুপ্তাক শপত আৰু গোপনীয়তাৰ বাক্য পাঠ কৰোৱায় । উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় পৰবেশ বাৰ্মা ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব এই শপতগ্ৰহণ অনুষ্ঠান উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *