Category: Sports

মেক্সিকো-দক্ষিণ আফ্ৰিকাৰ মাজত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ

২০২৬ ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। এইবাৰ ৪৮ টা দলে অংশগ্ৰহণ কৰিছে বিশ্বকাপত। ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত হয় ফিফা বিশ্বকাপৰ ড্ৰ’। এই সময়ছোৱাত ১২টা গ্ৰুপত…

আই পি এলৰ বাবে ১৩৫৫ গৰাকী খেলুৱৈৰ পঞ্জীয়ন

পৰৱৰ্তী আই পি এলৰ বাবে মুঠ ১৩৫৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ২ কোটি বেচ প্ৰাইচ কেটেগৰীত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণ, ইংলেণ্ডৰ লিয়াম লিভিংষ্টন, ভাৰতৰ ৰবি বিষ্ণোই আৰু ভেংকটেশ আয়াৰ, আৰু শ্ৰীলংকাৰ…

আই পি এলৰ পৰিৱৰ্তে পি এছ এল খেলাৰ সিদ্ধান্ত মঈন আলীয়ে

ফাফ ডু প্লেছিছৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মঈন আলীয়ে এতিয়া আই পি এল ২০২৬ৰ পৰা আঁতৰি আহি পি এছ এল খেলাৰ সিদ্ধান্ত লৈছে। চাৰিদিনৰ ভিতৰত এনে পদক্ষেপ লোৱা দ্বিতীয়জন বিদেশী…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে জ্যেষ্ঠ বেটছমেন কে এল ৰাহুলক। নিয়মীয়া অধিনায়ক শুবমান গিলক ডিঙিত আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ…

১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেল

অহা বছৰৰ টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেলখন অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৫ অক্টোবৰত অনুষ্ঠিত হোৱা মহিলা এদিনীয়া বিশ্বকাপতো ভাৰত-পাকিস্তানৰ খেলখন আয়োজন কৰা হৈছিল। খবৰ…

কাইলৈ পৰা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

কাইলৈ ​​গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মেচখন, পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ভাৰতীয় অধিনায়ক…

২০২৬ৰ ফিফা বিশ্বকাপলৈ যোগ্যতা নেদাৰলেণ্ডৰ

বিশ্বকাপৰ তিনিবাৰৰ ৰানাৰ্ছ আপ নেদাৰলেণ্ডে সোমবাৰে লিথুৱেনিয়াৰ বিৰুদ্ধে ৪-০ গ’লত সহজ জয়লাভ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰে। ডাচ দলটোৱে এই জয়েৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে।…

অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অহা অলিম্পিক গেমছৰ মহিলা শাখাত এক বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তৃতীয় লিংগ মহিলাক সকলো খেলৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। পেৰিছ ২০২৪…

ডিচেম্বৰত আবুধাবিত আইপিএলৰ মিনি নিলাম

আইপিএলৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অহা ১৫ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত আবুধাবিত অনুষ্ঠিত হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজনৰ মিনি নিলাম। সকলো দলে ১৫ নৱেম্বৰৰ ভিতৰত নিজৰ ৰিটেনচন লিষ্ট…

ৰাণীত চি আৰ পি এফৰ উদ্যোগত হকী খেল

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ উদ্যোগত ভাৰতত হকীৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুকুৰবাৰে এক গ্ৰেণ্ড হকী খেলৰ আয়োজন কৰা…