Sports কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বাহিৰ হ’ব লাগিব মুস্তাফিজুৰ ৰহমান January 3, 2026 Sonakshi Sarkar বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক অপসাৰণৰ আহ্বান জনোৱাৰ পিছতে বিচিচিআইয়ে শ্বাহৰুখ খানৰ আইপিএল দল কলকাতা নাইট ৰাইডাৰ্ছক দলৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ…
Sports টি-২০ বিশ্বকাপক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা January 2, 2026 Sonakshi Sarkar ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে উপমহাদেশখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ দলৰ স্পিন বলাৰক অগ্ৰাধিকাৰ দিছে।২০২১ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে ঘোষণা কৰে…
Sports ভাৰতীয় পুৰুষ হকী দলৰ বাবে স্মৰণীয় বৰ্ষ ২০২৫ December 31, 2025 Sonakshi Sarkar ভাৰতীয় পুৰুষ হকী দলৰ বাবে ২০২৫ বৰ্ষটো স্মৰণীয় বৰ্ষ আছিল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা হিৰো এছিয়া কাপ ২০২৫ত জয়লাভ কৰি ভাৰতীয় দলটোৱে ৮ বছৰৰ পাছত খিতাপ অৰ্জন কৰাই নহয় এছিয়াৰ…
Sports ২০২৫ ত ভাৰতৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ বিশ্বকাপত আধিপত্য বিস্তাৰ December 29, 2025 Sonakshi Sarkar ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনত এদিনীয়া বিশ্বকাপ জয় কৰি আই চি চিৰ ট্ৰফী জয়ৰ বাবে থকা দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাইছিল যদিও ভাৰতীয় পুৰুষ দলটোৱে টেষ্ট ক্ৰিকেটত সংগ্ৰাম কৰিছিল, যাৰ…
Sports ২০২৫ত ভাৰতীয় ক্ৰিকেটৰ জয়যাত্ৰা December 27, 2025 Sonakshi Sarkar ২০২৫ চনৰ শেষলৈ মাত্ৰ চাৰিটা দিন বাকী আছে।এইবাৰ ক্ৰিকেট খেলপথাৰত টিম ইণ্ডিয়াই উল্লেখযোগ্য প্ৰদৰ্শন প্ৰদৰ্শন কৰিছে। সমগ্ৰ বিশ্বতে পুৰুষ-মহিলা উভয়ে যৌথভাৱে পতাকা উত্তোলন কৰিছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত মেন ইন ব্লু…
Sports ৰাষ্ট্ৰীয় শিশু বঁটাৰে সন্মানিত বৈভৱ সূৰ্যবংশী December 26, 2025 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট জগতৰ উদীয়মান তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীক দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰে। মাত্ৰ ১৪ বছৰ বয়সতে ক্ৰিকেট খেলপথাৰত বৈভৱৰ প্ৰদৰ্শন বিৰল। কেৱল ভাৰততে…
Sports ২০২৬ বৰ্ষটো ভাৰতীয় ক্ৰিকেট দলৰ বাবে হ’ব ব্যস্ততাৰে ভৰা December 26, 2025 Sonakshi Sarkar ২০২৫ বৰ্ষটো উত্থান- পতনৰ অন্তত ২০২৬ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ আগন্তুক সময়সূচী অতি ব্যস্ত হ’ব। এই বছৰৰ আটাইতকৈ জনপ্ৰিয় হ’ব ঘৰুৱা খেলপথাৰত টি-২০ বিশ্বকাপ ৰক্ষা কৰাৰ প্ৰত্যাহ্বান, বৃহৎ সংখ্যক…
Sports মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধিৰ ঘোষণা বিচিচিআইৰ December 23, 2025 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি মহিলা খেলুৱৈয়ে প্ৰথম শ্ৰেণীৰ মেচ আৰু এদিনীয়া খেলৰ বাবে প্ৰতিদিনে ৫০ হাজাৰ…
Sports ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল নিউজিলেণ্ডৰ December 22, 2025 Sonakshi Sarkar তৃতীয় টেষ্টত নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক ৩২৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডে তিনিখন মেচৰ টেষ্ট শৃংখলা ২-০ত জয়লাভ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট টেবুলত দ্বিতীয় স্থানলৈ…
Sports ২০২৫ চনত ভাৰতীয় এথলেটিকছঃ নীৰজ চোপ্ৰাৰ ৯০ মিটাৰৰ স্থান স্পৰ্শ December 22, 2025 Sonakshi Sarkar ফৰ্মৰ উত্থান-পতনৰ সত্ত্বেও অৱশেষত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৯০ মিটাৰ পৰ্যন্ত জেভেলিন থ্ৰ’ স্পৰ্শ কৰাত সফল হয় যদিও ইয়াৰ মাজতে ২০২৫ চনতো ড’পিঙৰ ঘটনাই ভাৰতীয় এথলেটিকছ সংবাদ মাধ্যমৰ চৰ্চাত…