Category: Sports

২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

ৱাণ্ডাক ৩-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০১০ চনৰ পিছত এইটোৱেই হ’ব তেওঁলোকৰ প্ৰথমখন বিশ্বকাপ খেল। গ্ৰুপ চি-ৰ শীৰ্ষস্থান দখল কৰি তেওঁলোকে আকৰ্ষণীয়ভাৱে…

বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত ক্লীন ছুইপ আফগানিস্তানৰ

তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানে বাংলাদেশক ২০০ ৰানত পৰাস্ত কৰে। এই জয়ৰ সৈতে আফগানিস্তানে তিনিখন মেচৰ শৃংখলা ৩-০ ত জয়লাভ কৰে। খেলখনত ৫টা উইকেট দখল কৰা বিলাল ছামীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত ৫১৮ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৫১৮/৫ ৰে প্ৰথম ইনিংছ ঘোষণা কৰে ভাৰতে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৯৭ ৰান পিছ পৰি থকা প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ২১ ৰান…

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল…

৯ অক্টোবৰত গুৱাহাটীত মহিলা এদিনীয়া বিশ্বকাপত নিউজিলেণ্ডৰে মুখামুখি বাংলাদেশৰ

শুকুৰবাৰে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ গ্ৰুপ মেচত ফৰ্মৰ বাহিৰত থকা প্ৰাক্তন চেম্পিয়ন নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্মবিশ্বাসৰে ভৰা বাংলাদেশ। নিউজিলেণ্ডে একেৰাহে দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এতিয়াও একাউণ্ট খুলিব পৰা…

অলিম্পিক পদক বিজয়ী অমন ছেহৰাৱাটক এবছৰৰ বাবে নিষেধাজ্ঞা

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক অতিৰিক্ত ওজনৰ বাবে ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ১৩ ছেপ্টেম্বৰৰ পৰা ২১…

২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ উপাৰ্জন হ্ৰাস পোৱা নাই। কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰি তেওঁ…

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু অন্তিম পাংগালে মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।ছুইডেনৰ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন এমা জ’না ডেনিছ মালমগ্ৰেনক ৯-১ ত পৰাস্ত কৰি…

চীন মাষ্টাৰছৰ পৰা বাহিৰ পি ভি সিন্ধু

শুকুৰবাৰে চীন মাষ্টাৰছ ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে কোৰিয়ান তাৰকাৰ ছে ইয়ঙৰ হাতত পোনপটীয়া খেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।…

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত…