Category: Sports

ফুটবল প্ৰেমীৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৬ বৰ্ষীয়া স্পেনিছ তাৰকা

স্পেইনৰ ফুটবল জগতত আৱিৰ্ভাৱ ঘটা লামিন য়ামাল । দেশৰহৈ ইউৰো কাপ ফুটবলত নমা প্ৰথমগৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে অতি দক্ষতা আৰু চকুত লগা খেল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ…

ফ্ৰান্সক পৰাস্ত কৰি ইউৰো ২০২৪ৰ ফাইনেলত স্পেইন

লেমিন য়ামাল ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপত সৰ্বকনিষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়, যাৰ সহায়ত স্পেইনে ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰি ইউৰো ২০২৪ ৰ ফাইনেলত উপনীত হয়। ফ্ৰান্সে অষ্টম মিনিটত ৰেণ্ডাল কলো মুয়ানিৰ…

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক হ’ব পি ভি সিন্ধু

লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী গগন নাৰাঙে সোমবাৰে পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ মিছন মুৰব্বী হিচাপে বক্সাৰ মেৰী কমৰ স্থান লয়। তেওঁ এইবাৰ অলিম্পিকৰ ভাৰতৰ মিছন মুৰব্বী হ’ব। আনহাতে, পেৰিছ গেমছৰ…

ইউৰো ২০২৪ৰ ছেমি ফাইনেলত স্পেইন

মাইকেল মেৰিনোৰ অন্তিম মুহূৰ্তত অতিৰিক্ত সময়ৰ গ’লৰ ফলত স্পেইনে এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয়। নিৰ্ধাৰিত সময়লৈকে…

ভেনিজুৱেলাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ছেমি ফাইনেলত কানাডা

কোপা আমেৰিকা কাপত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু কানাডাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেল অমীমাংসিত ভাৱে সমাপ্ত হয়। যাৰ ফলত বিজয়ীক পেনাল্টি শ্বুটআউটৰ দ্বাৰা…

পেৰিছ অলিম্পিকত ভাৰতৰ এথলেটিকছ দলক নেতৃত্ব দিব নীৰজ চোপ্ৰাই

ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰাই ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত ২৮ জনীয়া ভাৰতীয় এথলেটিকছ দলৰ নেতৃত্ব দিব। টকিঅ’ অলিম্পিকৰ জেভলিন থ্ৰো স্বৰ্ণ পদক বিজয়ী আৰু বিশ্ব চেম্পিয়ন চোপ্ৰাই পেৰিছ…

বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ

বৰপেটা চহৰৰ ৰংপুৰহাটীৰ “ময়ুৰী দুৱৰী দবা অনুশীলণ কেন্দ্ৰ”ত অহা ১০ জুলাইৰ পৰা ২৫ জুলাইলৈ পোন্ধৰ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত বিনামূলীয়া দবা প্ৰশিক্ষণ কেৱল চৰকাৰী…

পেৰিছ অলিম্পিকৰ বাবে সাজু ভাৰোত্তোলক মীৰাবাঈ চানু

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দেশক আন এটা পদক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পেৰিছ অলিম্পিকৰ টিকট সুৰক্ষিত…

প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

সাহসী প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰা আফগানিস্তানে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ সপোন ভংগ হৈছে। তেওঁলোকে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত ন উইকেটত পৰাস্ত হয়। দক্ষিণ আফ্ৰিকাই এই জয়ৰে প্ৰথমবাৰৰ…

ক্ৰিকেট ইতিহাসত সোণালী অধ্যায় লিখি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান

ক্ৰিকেট ইতিহাসত সোণালী অধ্যায় লিখিলে আফগানিস্তানে। বিফলতাৰ পৰা সফলতাৰ যাত্ৰা আৰম্ভ কৰি আফগানিস্তানে টি-২০ বিশ্বকাপ চুপাৰ ৮ পৰ্যায়ৰ আজিৰ খেলখনত ডাকৱৰ্থ-লুইছ পদ্ধতিৰ জৰিয়তে বাংলাদেশক আঠ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে…