Category: Sports

ভাৰতীয় ফুটবল কেলেণ্ডাৰৰ পৰা আঁতৰিল আইএছএল

ভাৰতীয় ফুটবলৰ ২০২৫-২৬ ছিজনৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে প্ৰকাশ কৰা প্ৰতিযোগিতাৰ কেলেণ্ডাৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। দেশৰ শীৰ্ষ পুৰুষ ফুটবল লীগ হিচাপে বিবেচিত ইণ্ডিয়ান ছুপাৰ লীগক এইবাৰৰ সূচীৰ পৰা…

২৫ জানুৱাৰীত গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি-২০ মেচ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সূচী প্ৰকাশ কৰিছে।এই ভ্ৰমণ দুয়োটা দলৰ বাবে অতি বিশেষ হ’ব, কাৰণ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে নিজকে উপযুক্ত…

এবছৰৰ বাবে বাংলাদেশৰ এদিনীয়া অধিনায়কৰূপে মেহদী হাছান মিৰাজক নিযুক্তি

বাংলাদেশৰ এদিনীয়া অধিনায়ক হিচাপে বৃহস্পতিবাৰে অল-ৰাউণ্ডাৰ মেহদী হাছান মিৰাজক এবছৰৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাত তেওঁ প্ৰথমবাৰৰ বাবে দলটোক নেতৃত্ব দিব।…

ফ্ৰেন্স অ’পেনৰ চেম্পিয়ন আলকাৰাজ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত দেওবাৰে জানিক চিনাৰক পৰাস্ত কৰি চেম্পিয়ন খিতাপ দখল কৰে কাৰ্লোছ আলকাৰাজে। ডিফেণ্ডিং চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ সীমাৰ পৰা উভতি আহি বিশ্বৰ এক নম্বৰ ছিনাৰক ৪-৬, ৬-৭ (৪/৭), ৬-৪,…

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত টীম ইণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলে চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত হৈছে। এই শৃংখলাটো ২০২৫–২৭ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অংশ। শুকুৰবাৰে নিশা মুম্বাইৰ পৰা…

ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।…

ইউএফএ নেচনছ লীগৰ ফাইনেলত পৰ্তুগাল

৬৮ মিনিটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিৰ্ণায়ক গ’লৰ সহায়ত পৰ্তুগালে জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউএফএ নেচনছ লীগ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয় ৰোনাল্ডোৰ বাবে বিশেষ আছিল কাৰণ জাৰ্মানীৰ বিৰুদ্ধে তেওঁৰ…

আই পি এলত গুজৰাট টাইটানছৰ অভিযান অন্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গঠিত দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এতিয়া ১…

ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে…

১৭ বছৰীয়া অপেক্ষা অন্ত পেলাই ইউৰোপা লীগৰ চেম্পিয়ন টটেনহাম হটছপাৰ

বুধবাৰে নিশা ইউৰোপা লীগ ২০২৪-২৫ৰ ফাইনেলত মানচেষ্টাৰ ইউনাইটেডক ১-০ গ’লত পৰাস্ত কৰি ১৭ বছৰীয়া খিতাপৰ অপেক্ষা অন্ত পেলায় টটেনহাম হটছপাৰে। প্ৰথমাৰ্ধত ব্ৰেনান জনছনৰ গ’লৰ সহায়ত টটেনহামে খেলখন জয় কৰাৰ লগতে…