Education বিদেশৰ দৰে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো বছৰত দুবাৰকৈ হ’ব নামভৰ্তি June 12, 2024 news editor দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰত দুবাৰকৈ শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কথা ঘোষণা কৰিছে। এই নিয়ম এই শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব, যাৰ অধীনত শিক্ষাৰ্থীসকলে বছৰত দুবাৰকৈ উচ্চ…
Education অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান June 12, 2024 editor আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল…
Education World ৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাব অক্সফৰ্ড বিশ্ববিদ্যালয়ে June 11, 2024 editor ব্ৰিটেইনৰ প্ৰতিষ্ঠিত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তামিলনাডুৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা বুলি বিশ্বাস কৰা এজন সন্তৰ ৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাই দিবলৈ সন্মত হৈছে। বিশ্ববিদ্যালয়খনৰ এছমোলিয়ান সংগ্ৰহালয়ৰ দ্বাৰা জাৰি…
Education প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা June 3, 2024 editor ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল…
Education Health বিশ্ব ধপাত-বিৰোধী দিৱস June 1, 2024 editor ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত…
Education আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টি May 24, 2024 Sonakshi Sarkar অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি শৈক্ষিক অভিযান আৰম্ভ কৰিছে । এই…
Education দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন May 23, 2024 Sonakshi Sarkar আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান চাই বিকাশ বিদ্যা নিকেতনৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী অনুস্থিত হয়।ব্যতিক্ৰমী ৰূপেৰে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মূকাভিনয়ৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে…
Education অডিঅ’ বুকবোৰে শিশুৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে: লেখক ৰাস্কিন বণ্ড May 21, 2024 Sonakshi Sarkar প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডে কয় যে অডিঅ’ বুকবোৰে শিশুসকলৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু লাহে লাহে তেওঁলোকক কিতাপ পঢ়িবলৈ প্ৰলোভিত কৰিব পাৰে। ৰাস্কিন বণ্ডে দেওবাৰে তেওঁৰ ৯০…
Education এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন May 18, 2024 editor কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক…
Education চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক May 14, 2024 news editor কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ…