Category: Business

ৰেন’ল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত লাভ কৰিছে শক্তিশালী গতি; ডিচেম্বৰৰ বছৰি বিক্ৰী বৃদ্ধি ৩৩.৪%

ৰেনল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত শক্তিশালী ব্যৱসায়িক বিক্ৰীৰ কথা সদৰি কৰিছে, এই সময়ছোৱাত বছৰি ১৮.২% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যি সতেজ সামগ্ৰী আৰু কৌশলগত পদক্ষেপৰ দ্বাৰা সমৰ্থিত। চতুৰ্থ…

অকালতে স্তব্ধ হ’ল জন্মদিনৰ আনন্দ! গেছ গিজাৰে প্ৰাণ কাঢ়িলে শিৱসেনা নেতাৰ কন্যাৰ

নৱবৰ্ষৰ উলহ-মালহ আৰু জন্মদিনৰ ব্যাপক প্ৰস্তুতিৰ মাজতে পঞ্জাবৰ জালন্ধৰত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্ঘটনা। ঘৰৰ বাথৰুমত থকা গেছ গিজাৰৰ পৰা নিৰ্গত ধোঁৱাৰ ফলত উশাহ বন্ধ হৈ কৰুণ মৃত্যু ঘটে শিৱসেনাৰ…

অপূৰ্ণ হৈ ৰ’ল এন ডি এৰ সপোন! বাথৰুমৰ গেছ গিজাৰে প্ৰাণ কাঢ়িলে ছাত্ৰৰ

শীতকালত ঘৰুৱা ব্যৱহাৰৰ বাবে সহজলভ্য গেছ গিজাৰে মাতি আনিলে এক চৰম বিপৰ্যয়। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত এজন মেধাৱী কিশোৰৰ বাবে বাথৰুমৰ গেছ গিজাৰটোৱেই কাল হৈ পৰিল। জিলাখনৰ ৰাধা বিহাৰ কলনীত…

নিউয়ৰ্কৰ মেয়ৰ জোহৰান মমদানীৰ সমৰ্থনঃ কাৰাৰুদ্ধ ওমৰ খালিদলৈ লিখিলে আৱেগিক পত্ৰ

দিল্লীৰ তিহাৰ জেলত বিগত প্ৰায় পাঁচ বছৰ ধৰি কাৰাবন্দী হৈ থকা জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে নিউয়ৰ্কৰ নৱ-নিযুক্ত মেয়ৰ জোহৰান মমদানীয়ে। বৃহস্পতিবাৰে মমদানীয়ে…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ওছমান খোৱাজাৰ

আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ তাৰকা বেটাৰ উছমান খোৱাজাই। আগন্তুক দেওবাৰৰ পৰা ছিডনীত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন এছেজ টেষ্টৰ পাছতে তেওঁ ক্ৰিকেট জগতক…

সংস্কাৰঃ পিতৃৰ আশীৰ্ব্বাদ লৈ হাৰিয়ানাৰ নতুন ডিজিপি হিচাপে দায়িত্ব ল’লে অজয় সিংঘলে

প্ৰশাসনিক দায়িত্বতকৈও যে সংস্কাৰ আৰু পিতৃ-মাতৃৰ স্থান সদায় ওপৰত, তাৰেই এক অনন্য নিদৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান অজয় সিংঘলে। বৃহস্পতিবাৰে পঞ্চকুলাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত তেওঁ আৰক্ষী…

১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছেঃ আৰম্ভ ৫০ হাজাৰ টকাৰ মাচুলসহ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া

আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি বছৰৰ প্ৰথমটো দিনতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজ্যৰ ১২৬ খন আসনৰ ভিতৰত ১০০ খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ…

বাংলাদেশত পুনৰ হিন্দু ব্যৱসায়ীক জ্বলাই হত্যাৰ চেষ্টা! ভয়ংকৰ আক্ৰমণৰ বলি খোকন দাস

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া বলি হৈছে খোকন দাস (৫০) নামৰ এজন ঔষধ ব্যৱসায়ী। ৩১ ডিচেম্বৰৰ নিশা শৰীয়তপুৰ জিলাৰ দামুদ্যা উপজিলাত এদল দুষ্কৃতিকাৰীয়ে খোকন দাসক…

নৱবৰ্ষ উদ্‌যাপন মুহূৰ্ততে শোক: চুইজাৰলেণ্ডত বিস্ফোৰণত কঁপিল দেশ, বহু হতাহত হোৱাৰ আশংকা

সমগ্ৰ বিশ্ব নতুন বছৰ উদযাপনের সময় চুইজাৰলেণ্ডৰ ক্ৰান্স-মণ্টানা ৰিজৰ্টৰ ‘লে কনষ্টেলচন’ নামৰ বাৰত সংঘটিত এক ভয়ংকর বিস্ফোৰণৰ ঘটনাত অন্তত ৪০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বৃহস্পতিবাৰে চুইজাৰলেণ্ড আৰক্ষী…

বাণিজ্যিক বাহন বিচৰা গ্ৰাহকৰ বাবে বিত্তীয় সেৱা শক্তিশালী কৰাৰ বাবে টিভিএছ মটৰ কোম্পানীৰ মানবা ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

টিভিএছ মটৰ কোম্পানীয়ে সমগ্ৰ ভাৰতত নিজৰ বাণিজ্যিক গতিশীলতা গ্ৰাহকসকলৰ বাবে খুচুৰা বিত্তীয় বিকল্প সম্প্ৰসাৰণ কৰিবলৈ মানবা ফাইনেন্স লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিখনে টিভিএছ যাত্ৰী আৰু কাৰ্গো…