Business কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ April 13, 2024 Dipshikha কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। এখন বাহনৰ পৰা জব্দ ১ লাখ য়াবা টেবলেট। বাহনখনৰ নম্বৰ AS-01FK-2939। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলামক।
Business সতৰ্কবাণী: এনএছইৰ চিইঅ’ আৰু এম ডি আশিসকুমাৰ চৌহানে ষ্টকৰ পৰামৰ্শদান কৰা ভুৱা ভিডিঅ’ভাইৰেল April 13, 2024 Business Bureau অত্য়াধুনিক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কেইবাটাও বিনিয়োগ আৰু পৰামৰ্শমূলক অডিঅ’ আৰু ভিডিঅ’ ক্লিপ আপত্তিজনকভাৱে ভিত্তিহীনভাৱে তৈয়াৰ কৰা হৈছে, য’ত এনএছইৰ এমডি এণ্ড চিইঅ’ আশিস কুমাৰ চৌহানৰ মুখ/কণ্ঠ ব্যৱহাৰ কৰা হৈছে।…
Business ‘ছলভ ফৰ টুমৰো’ৰ ছিজন ৩ উন্মোচন কৰা হৈছে April 13, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ (এফআইটিটি), আইআইটি দিল্লী, ৰাষ্ট্ৰসংঘ আৰু তথ্যপ্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ মন্ত্ৰালয়ৰ সৈতে কৌশলগত সহযোগিতাৰে নিজৰ ধ্বজাবাহী চিএছআৰ পদক্ষেপ – ‘ছলভ…
Business ভয়ংকৰ পথ দুৰ্ঘটনা April 12, 2024 Dipshikha হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে…
Business অনিল কাপুৰ আৰু সোনম কাপুৰ এৰিয়েলৰ হোমটীম ইনিশিয়েটিভৰ সৈতে সংৰেখিত হয় April 12, 2024 Business Bureau প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ভিতৰত ঘৰুৱা কাম-কাজৰ অ-সমান বিভাজনৰ সমাধানৰ বাবে সকলোৰে মাজত সমানে ভাগ-বতৰাক প্ৰচাৰৰ বাবে এৰিয়েল ইণ্ডিয়াই এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পুৰুষসকলক #শ্বেয়াৰদ্যলোড কৰিবলৈ আৰু…
Business এমজিয়ে ভাৰতত এম জি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰে April 12, 2024 Business Bureau ১০০ বছৰীয়া বৰ্ণিল ইতিহাসসমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে ভাৰতত এমজি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰিছে। এমজি হেক্টৰ ব্লেকষ্টৰ্মৰ ডিজাইন কৰা হৈছে ষ্টাৰী-ব্লেক ৰঙৰ বাহ্যিক অংশ আৰু ব্লেক থিম ইণ্টেৰিয়ৰৰ…
Business স্প্ৰাইটৰ ‘জোক ইন এ বটল’ কমেডি আইকন আৰু ডিজিটেল তাৰকাৰ সৈতে ঘূৰি আহে April 11, 2024 Business Bureau দেশৰ সবাতোকৌ প্ৰিয় নেমু আৰু চূণৰ সোৱাদযুক্ত পানীয় স্প্ৰাইটে উদ্বোধনী ছিজনৰ অভাৱনীয় সফলতাৰ পিছত দ্বিতীয়বাৰলৈ আগবঢ়াইছে ‘জোক ইন এ বটল’। এই ছিজন অধিক আকৰ্ষণীয় আৰু বিনোদনভৰা কৰি তুলিবলৈ স্প্ৰাইটে আৰম্ভ…
Business মহানগৰীত STFৰ সফল অভিযান April 10, 2024 Dipshikha মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…
Business চেমচাঙে গ্যালাক্সি এম৫৫ ৫জি আৰু গ্যালাক্সি এম১৫ ৫জি উন্মোচন কৰিছে April 10, 2024 Business Bureau দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে কেইবাটাও ছেগমেণ্ট-লিডিং(খণ্ড-আগশাৰী) সুবিধাৰ সৈতে দুটা আকৰ্ষণীয় ডিভাইচ গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বহুল জনপ্ৰিয় গেলেক্সি এম শৃংখলাৰ…
Business ভাৰতৰ ৰোবাষ্টা কফিৰ চাহিদা বৃদ্ধি April 9, 2024 news editor ৰোবাষ্টা কফিৰ অধিক চাহিদাৰ বাবে চলিত বছৰৰ জানুৱাৰী-মাৰ্চ সময়ছোৱাত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি হৈ ১,২৫,৬৩১ টন হৈছে। চৰকাৰে এই তথ্য প্ৰদান কৰিছে। ২০২৩ চনৰ একে সময়তে, ভাৰতে…