Category: Business

সংসদৰ বাজেট অধিৱেশন আৰম্ভ আজিৰে পৰা, ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট

আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন, যাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্ভোধন কৰিব। ৬৫ দিনীয়া এই অধিৱেশন ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰাৰ সৈতে চলিব।…

ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ডাষ্টাৰ

এসময়ত দেশৰ মধ্যম আকাৰৰ বাহন ছেগমেণ্টক সংজ্ঞায়িত কৰা আইকনিক এছইউভিৰ ধাৰা পুনৰ উভতি অহাৰ সৈতে সংগতি ৰাখি ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ডাষ্টাৰ। নতুন প্ৰজন্মৰ ডাষ্টাৰখনে নিজৰ ৰুক্ষ…

আই আই টি গুৱাহাটীত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে স্লাইছে অসমৰ ষ্টাৰ্টআপ ইক’চিষ্টেম শক্তিশালী কৰে

অসমৰ ক্ৰমবৰ্ধমান উদ্ভাৱন আৰু উদ্যমিতা পৰিৱেশ তন্ত্ৰৰ সৈতে অব্যাহত ৰখাৰ অংশ হিচাপে আইআইটি গুৱাহাটীত প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপসমূহলৈ স্লাইচ এছএফবি-এ সমৰ্থন সম্প্ৰসাৰণ কৰিছে। আইআইটি গুৱাহাটীৰ উদ্যমিতা কোষে আয়োজন কৰা বাৰ্ষিক উদ্যমিতা…

সংগীত জগতত এটা যুগৰ সমাপ্তি ঘটাই নেপথ্য কণ্ঠৰ পৰা অৱসৰৰ ঘোষণা অৰিজিত সিঙৰ

জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে মঙলবাৰে এক চাঞ্চল্যকৰ ঘোষণা কৰি জানিবলৈ দিয়ে যে তেওঁ আৰু কোনো নতুন নেপথ্য কণ্ঠশিল্পী হিচাপে কাম নকৰিব। সামাজিক মাধ্যমে প্রকাশিত এই ঘোষণাই সংগীত বিশ্ব জুৰি তীব্ৰ…

ভাৰতত নহয়, বাংলাদেশতহে ভোট দিয়ত মিঞাইঃ হিমন্ত বিশ্ব শৰ্মা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ মিঞাই গৰম কৰিছে অসমৰ ৰাজনীতি। ৰাজ্যত অবৈধ নাগৰিক তথা মিঞা মুছলমানক লৈ ধাৰাবাহিকভাৱে সোচ্চাৰ হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।…

ডেপুটি চিএম অজিত পাৱাৰ সুস্থ আছেন, মৃত্যুৰ গুজব অসত্য

আকাশমাৰ্গত এক ভয়ংকৰ বিমান দুৰ্ঘটনাই মহাৰাষ্ট্রৰ ৰাজনৈতিক পৰিৱেশত গভীৰ শোকৰ ছাঁ পেলাইছে। উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ আৰু আন ছয়জন যাত্রী মুম্বাইৰ পৰা বাৰামতী অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা צוয়াং।…

টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফৰ্চুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি তুলিছে

বর্ধিত ঘৰুৱা খৰচ আৰু পৰিৱৰ্তিত আর্থিক অগ্রাধিকাৰৰ সম্মুখীন হোৱা গ্রাহকসকলৰ বাবে সঞ্চয়ক সহজ আৰু সুলভ কৰি তুলিবলৈ টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফচুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি…

এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া এনএফঅ’ৰ জৰিয়তে ভাৰতৰ শীৰ্ষ খণ্ডৰ নেতাসকলৰ মাজত বিনিয়োগ কৰক

ভাৰতৰ আগশাৰীৰ সম্পদ ব্যৱস্থাপনা কোম্পানীসমূহৰ ভিতৰত অন্যতম এক্সিছ মিউচুৱেল ফাণ্ডে নিজৰ নতুন পুঁজি অফাৰ-এক্সিছ বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইনডেক্স ফাণ্ড মুকলি কৰিছে, যি হৈছে এক মুক্ত-অন্তৰ্ভুক্ত ইণ্ডেক্স ফাণ্ড, যি বিএছই…

আজি বাথৌ পূজা

আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি…

উধামপুৰত ত্ৰিমুখী সংঘৰ্ষ: বাছ, কাৰ আৰু বাইকৰ দুৰ্ঘটনাত তিনিজন নিহত

এক ভয়ংকৰ পথ দুৰ্ঘটনাত জম্মু-কাশ্মীৰের উধামপুৰৰ জখানী চক ৰোডত তিনিজন লোকৰ প্ৰাণহানি হৈছে। এই দুর্ঘটনাটো তীব্ৰ গতিতে চলা এখন যাত্ৰীবাহী বাছৰ কাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে,…