Business ব্যতিক্ৰম এডুকেশ্বন কনক্লেভে ভাৰত আৰু বাংলাদেশৰ মাজত পথ প্ৰদৰ্শন কৰিব শৈক্ষিক কূটনীতিৰ May 22, 2024 Business Bureau অসমৰ এক আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে অহা ১০ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ ঐতিহ্যমণ্ডিত ঢাকা ক্লাবত প্ৰথমবাৰলৈ “ব্যতিক্ৰম এডুকেশ্বন কনক্লেভ” আয়োজন কৰিবলৈ সাজু হৈছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, জেআইএছ বিশ্ববিদ্যালয়,…
Business অ’এনজিচিয়ে বিত্তীয় বৰ্ষ ২৪-ৰ বাবে ইয়াৰ সৰ্বাধিক ৪০,৫২৬ কোটি টকাৰ একক মুঠ লাভ ঘোষণা কৰিছে May 21, 2024 Business Bureau ২০২৪ বৰ্ষৰ ২০ মে’ত অনুষ্ঠিত হোৱা ৩৮০ সংখ্যক বৈঠকত অ’এনজিচিৰ পৰিচালনা সমিতিয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাৰ্ষিক ফলাফলত অনুমোদন জনায়। প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোৰ সৰ্বোচ্চ স্বতন্ত্ৰ মুঠ লাভ ৪০,৫২৬ কোটি টকা অৰ্জন…
Business ভাৰতত সম্পদ ব্যৱস্থাপনা সৰল কৰিবলৈ আপষ্টক্সে বীমা বিতৰণত উদ্যোগ লয় May 21, 2024 Business Bureau ভাৰতৰ এক আগশাৰীৰ সম্পদ ব্যৱস্থাপনা প্লেটফৰ্ম আপষ্টক্সে বীমা বিতৰণ খণ্ডত সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। আপষ্টক্সৰ ষ্টক, এফএণ্ডঅ’ আৰু মিউচুৱেল ফাণ্ড অফাৰৰ বাবে জনাজাত আপষ্টক্সে বীমা মুকলিৰ জৰিয়তে নিজৰ সম্পদ নিৰ্মাণ…
Business চেমচাঙে তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ মুকলি কৰিছে, যাৰ ভিতৰত আছে পৰৱৰ্তী প্ৰজন্মৰ এআই ইনভাৰ্টাৰ কম্প্ৰেচাৰ May 21, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে আজি তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে যি গ্ৰাহকসকলক তেওঁলোকৰ পছন্দ অনুকূলিত কৰাত সহায় কৰি ভাৰতীয় ঘৰৰ বাবে অধিক বুদ্ধিমান জীৱন নিৰ্বাহ…
Business এক আশা আৰু জীৱন সলনি কৰা প্ৰতিষ্ঠানৰ নাম হৈছে আৰ্য নাৰ্চিং কলেজ May 20, 2024 Business Bureau প্ৰশিক্ষিত নাৰ্চিং পেছাদাৰী ব্যক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ সমীপৰ চাংসাৰিত অৱস্থিত প্ৰখ্যাত নাৰ্চিং প্ৰতিষ্ঠান আৰ্য নাৰ্চিং কলেজে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিএছচি নাৰ্চিং আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ…
Business মুকালমুৱাত ব্ৰজপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু May 20, 2024 Dipshikha মুকালমুৱাত বজ্ৰপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু। কপিল আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰ পৰি জুইৰ সূত্ৰপাত। ২নং কাপলাবড়ী চৰত নিশা সংঘটিত এই ঘটনা।ভস্মীভূত প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা।
Business গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰ জব্দ May 20, 2024 Dipshikha গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা। জব্দ ৪ পেকেট ব্ৰাউন চুগাৰ, ৬ কেজি গাঞ্জা। ৰঙিয়া-শিলচৰ এক্সপ্ৰেছৰ পৰা জব্দ ব্ৰাউন চুগাৰখিনি। কাছাৰৰ নীহাৰুদ্দিন বৰভূঞা নামৰ যুৱকজনক আটক। । লগতে গুৱাহাটী-বাংগালুৰু…
Business চেলউইন ট্ৰেডাৰ্ছ লিমিটেডে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগ ব্যৱহাৰ কৰা হ’ব May 20, 2024 Business Bureau গুজৰাটৰ আহমেদাবাদস্থিত চেলউইন ট্ৰেডাৰ্ছ লিমিটেডৰ সঞ্চালক মণ্ডলী(বৰ্ড অৱ ডাইৰেক্টৰে)য়ে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিষ্ঠানটোৱে পেটেল কণ্টেইনাৰত ৩৬% অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব, যি আগন্তুক দুবছৰত ৫১%…
Business এমজি হেক্টৰক নীলছনআইকিউ সেৱা ব্যয় জৰীপৰ দ্বাৰা এছইউভি শাখাৰ সৰ্বশ্ৰেষ্ঠ মূল্যৰ বাহন হিচাপে স্বীকৃতি May 20, 2024 Business Bureau ১০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ ব্ৰিটিছ অটোম’বাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজ)ৰ ধ্বজাবাহী এছইউভি হেক্টৰে আৰামদায়ক ৰাইড প্ৰদান কৰাৰ লগতে বহুতো আকৰ্ষণীয় সুবিধাৰে নতুন ৰূপত গ্ৰাহকৰ বাবে আগবঢ়াইছে, যিখন বাহন এছইউভি ছেগমেণ্টৰ সৰ্বোত্তম…
Business চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ May 18, 2024 Dipshikha চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ৷ ৪দিনে সন্ধান নাই দক্ষিণ ছ’চাইটি গাঁৱৰ নীৰজ গোস্বামীৰ৷ ১৪মে’ৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল নীৰজ গোস্বামী৷ নীৰজৰ সন্ধান পালে 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান…