Business আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ December 30, 2025 Dipshikha আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ…
Business দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগ! এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটক গ্ৰেপ্তাৰ December 30, 2025 Sonakshi Sarkar দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট। বিগত ১৯ ডিচেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত জড়িত থকা কেপ্তেইন বীৰেন্দ্ৰ চেজৱালক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অভিযোগ অনুসৰি, অংকিত দেৱান…
Business পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া অ’এমচি ২০২৬ৰ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী ঘোষণা টিভিএছএমৰ December 30, 2025 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ পেছাদাৰী ৰেচাৰ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখি পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া ৱান মেক চেম্পিয়নশ্বিপ (অ’এমচি) ২০২৬ৰ প্ৰশিক্ষণ আৰু নিৰ্বাচন কাৰ্যসূচী ঘোষণা কৰিছে। ২০২৬ চনৰ ১৭…
Business কাজিৰঙাক লৈ বিশ্বজুৰি অভূতপূৰ্ব উছাহঃ ১২৭ শতাংশ বৃদ্ধি বিদেশী পৰ্যটকৰ আগমন December 30, 2025 Sonakshi Sarkar অসমৰ পৰ্যটন সম্ভাৱনা আৰু বন্যপ্ৰাণীতকৈ সুৰক্ষাক লৈ বিশ্বব্যাপী আস্থা বৃদ্ধিৰ প্ৰমাণ দি কাজিৰঙাত লানি নিছিগা সোঁত বিদেশী পৰ্যটকৰ। অসমৰ বন্যপ্ৰাণীক লৈ বিশ্ববাসীৰ এই আগ্ৰহক ঐতিহাসিক আখ্যা দি ছ’চিয়েল মিডিয়াত বিশেষ…
Business পুনৰ কৃতিত্ব অৰ্জন পৰিচালক ৰীমা দাসৰ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ বাবে লাভ কৰিলে বিশেষ সন্মান December 30, 2025 Sonakshi Sarkar বিশ্ব চলচ্চিত্ৰৰ মানচিত্ৰত অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল যাত্ৰা অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হ’ল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। ২০২৫ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ শেহতীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’-ৰ বাবে ৰীমা…
Business বাংলাদেশৰ সৈতে সম্পৰ্কৰ অভিযোগত অসমত গ্ৰেপ্তাৰ চৰমপন্থী গোটৰ ১১ সদস্যক December 30, 2025 Sonakshi Sarkar উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হোৱা সন্ত্ৰাসবাদীৰ কুচক্ৰক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। বাংলাদেশৰ সৈতে সম্পৰ্ক থকা চৰমপন্থী গোটৰ…
Business যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু প্ৰিয়ংকা পুত্ৰ ৰাইহান, সম্পন্ন হ’ল বাগদান পৰ্ব December 30, 2025 Sonakshi Sarkar দেশৰ আগশাৰীৰ ৰাজনৈতিক পৰিয়াল গান্ধী-ভাদ্ৰা পৰিয়াললৈ নতুন সদস্যৰ আগমনক লৈ চৰ্চা আৰম্ভ হোৱাৰ মাজতে পোহৰলৈ আহিছে এক সুখবৰ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান ভাদ্ৰাই তেওঁৰ…
Business এঞ্জেল চাকমাৰ হত্যাকাণ্ডঃ বৰ্ণবৈষম্যৰ অভিযোগ অস্বীকাৰ উত্তৰাখণ্ড আৰক্ষীৰ December 30, 2025 Sonakshi Sarkar দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা আৰু কৰ্মসূত্ৰে থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ নিৰাপত্তাক লৈ নতুনকৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। সোমবাৰে আৰক্ষীয়ে জনোৱা…
Business ‘বন্দে মাতৰম’ক ঘৃণাৰ ভাষা ৰূপ দিছে বিজেপিয়েঃ কংগ্ৰেছ নেতা সুৰজেৱালা December 30, 2025 Sonakshi Sarkar দেশপ্ৰেমৰ প্ৰতীকস্বৰূপ ‘বন্দে মাতৰম’ ধ্বনিক ঘৃণাৰ ভাষালৈ ৰূপান্তৰিত কৰিছে শাসকীয় পক্ষই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই। মঙলবাৰে এক বক্তব্যত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে…
Business ঘন কুঁৱলীৰ বাবে দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ: কমেও ৬ জন যাত্ৰীৰ মৃত্যু December 30, 2025 Sonakshi Sarkar উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ একটি দুৰ্গম পথত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬-৭ জন লোকৰ মৃত্যু আশংকা কৰা হৈছে। একটি ব্যক্তিগত যাত্ৰীবাহী বাছ যি ভিখিয়াসৈনৰ পৰা ৰামনগৰলৈ যাত্ৰা কৰিছিল, নিয়ন্ত্ৰণ…