Category: Assam

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত ২৮ ডিচেম্বৰত প্ৰথমবাৰলৈ সাধাৰণ নিৰ্বাচন

ম্যানমাৰৰ অভ্যুত্থানৰ পিছত সামৰিক চৰকাৰৰ মুৰব্বী জেনেৰেল মিন আং হ্লেইঙে ২৮ ডিচেম্বৰত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। এই নিৰ্বাচন ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত…

গুজৰাটত হীৰা ব্যৱসায়ৰে জড়িত ১ লাখ শ্ৰমিকে হেৰুৱালে চাকৰি

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আমেৰিকাই ১০ শতাংশ অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰাৰ পিছত গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত হীৰা কটা আৰু পলিচিঙৰ কামত নিয়োজিত প্ৰায় এক লাখ শ্ৰমিকে চাকৰি হেৰুৱাইছে। এই বুলি…

বিএলএ-দ্য মেজিদ ব্ৰিগেডক বিদেশী সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা আমেৰিকাৰ

আমেৰিকাই পাকিস্তানস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আৰু দ্য মেজিদ ব্ৰিগেডক ‘বিদেশী সন্ত্ৰাসবাদী সংগঠন’ বুলি ঘোষণা কৰে। ২০১৯ চনত কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ পিছত আমেৰিকাই বিএলএক ‘স্পেচিয়েল ডেজিনেটেড গ্ল’বেল টেৰ’ৰিষ্ট’(এছডিজিটি) শ্ৰেণীত স্থান…

প্রতি বছৰে ৭৪ হাজাৰ শিশু হেপাটাইটিছ চি ভাইৰাছ ৰোগত আক্ৰান্ত হৈ জন্মগ্ৰহণ

আপুনি জানেনে যে প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয় এনে এক বিপজ্জনক ভাইৰাছ যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে? ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ নতুন অধ্যয়নত প্রকাশ…

দীঘলীয়া সংঘাতৰ পিছত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত শান্তি চুক্তি স্বাক্ষৰ

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা সংঘাতৰ অন্ত পেলাবলৈ শুকুৰবাৰে হোৱাইট হাউছত শান্তি চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হয়। এই…

নৱেম্বৰত যাত্ৰীৰ বাবে মুকলি হ’ব গুৱাহাটী বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল যাত্ৰীৰ বাবে মুকলি কৰা হ’ব। বুধবাৰে নিশা মুখ্যমন্ত্ৰী শৰ্মাই ভূটানৰ পৰা অহা এটা প্ৰতিনিধি…

চিকিৎসা জগতত এক নতুন অলৌকিকতা: ৩০ বছৰে সংৰক্ষিত ভ্ৰূণৰে সুস্থ শিশুৰ জন্ম

আমেৰিকাত এহাল দম্পতীয়ে ৩০ বছৰতকৈ অধিক সময় ফ্ৰীজত ৰখা ভ্ৰূণৰে সন্তান জন্ম দিছে। ই এতিয়ালৈকে সফলতাৰে সন্তান জন্ম দিয়া আটাইতকৈ দীঘলীয়া সময়লৈ মজুত ৰখা ভ্ৰূণ বুলি বিশ্বাস কৰা হৈছে। অহাইঅ’ৰ…

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ…

৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণত তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে কয় যে প্রধানমন্ত্রীয়ে…

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পশ্চিম উপকূললৈকে সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিকম্পটো ভূপৃষ্ঠৰ…