Category: Assam

ছত্তীছগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা ; দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা

ছত্তীছগঢ় ৰাজ্যৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাজধানী ৰায়পুৰৰ মহন্ত ঘাচীদাস সংগ্ৰহালয়ৰ মঞ্চত ৰাজ্যখনৰ ৰাজ্যপাল তথা অসম সন্তান ৰমেন ডেকাৰ নিমন্ত্ৰণত ছত্তীছগঢ় ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ বৃহত্তৰ উজানবজাৰ ভাওনা…

অসমত নিষিদ্ধ শ্যামকানু মহন্ত

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ। অশ্ৰুসিক্ত নয়নেৰে মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায় জনালে অনুৰাগীয়ে। এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকু বিলীন হৈ…

অসমৰ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃ*ত্যু

উকা হৈ পৰিল অসমৰ সংগীত জগত। অসমৰ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ দুৰ্ঘটনাত পতিত হৈ…

ইচ্ছাকৃতভাৱে কংগ্ৰেছ ভোটাৰৰ নাম কৰ্তন কৰিছে নিৰ্বাচন আয়োগে: ৰাহুল গান্ধীৰ অভিযোগ

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগক লৈ দ্বিতীয়বাৰৰ বাবে সংবাদমেল সম্বোধন কৰে। ইয়াৰ পূৰ্বে তেওঁ ৭ আগষ্টত সংবাদ মেল সম্বোধন কৰে। ৰাহুল গান্ধীয়ে উপস্থাপনৰ…

বিশ্বকৰ্মা পূজাত যান-বাহন প্ৰতিষ্ঠানৰ শ্ৰমিক, বাহনৰ সহায়কৰ বাবে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী

পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে পৰিবহণ বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত আগন্তুক বিশ্বকৰ্মা পূজাত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত…

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি

গুৱাহাটী জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ উদ্যোগত আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ সোঁৱৰণত ১৪ ছেপ্টেম্বৰত অসম ভিত্তিত এখন প্ৰাইজমানি কুইজ…

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ সম্পন্ন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ১৩ ছেপ্টেম্বৰত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এম আই চি), কেন্দ্ৰীয় মাধ্যমিক…

এন আই টি শিলচৰৰ পৰা পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বন আৰু বিতাড়িত

নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰৰ পাঁচগৰাকী বাংলাদেশী ছাত্ৰ কেম্পাছত হিংসাত্মক সংঘৰ্ষত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হৈছে আৰু তেওঁলোকক বিতাড়িত কৰা হ’ব। এন আই টিৰ সঞ্চালক দিলীপ…

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ…

ভৰতৰ ৰেল নেটৱৰ্কত অন্তৰ্ভুক্ত মিজোৰাম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰিব পৰা বৈৰাবি-ছাইৰাং ৰেলপথ উদ্বোধন কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণৰ সময়ত মোদীয়ে আইজলৰ পৰা এখন ৰাজধানী এক্সপ্ৰেছৰ…