Assam ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ অসমৰ CRPF জোৱান October 11, 2025 Piyali Poddar ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল…
Assam মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা October 10, 2025 Piyali Poddar ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ড’নাল্ড ট্ৰাম্পে এই সন্মানীয় বঁটা বিচাৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে জয়লাভ কৰে।আজি ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা।…
Assam হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইকলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল October 10, 2025 Sonakshi Sarkar ছুইডিছ একাডেমীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইক প্ৰদান কৰা হৈছে সাহিত্যৰ ন’বেল। ছুইডিছ একাডেমীয়ে কয় যে লাছলোৰ ৰচনাসমূহ গভীৰভাৱে প্ৰভাৱশালী আৰু…
Assam ৰঙাঘৰলৈ তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰা October 9, 2025 Piyali Poddar তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক জেললৈ প্ৰেৰণ। আৰক্ষীৰ জিম্মাত এগৰাকী অভিযুক্তৰ মৃত্যুৰ পাছতেই বিতৰ্কত সোমাই পৰিছিল আৰক্ষী বিষয়াগৰাকী। তেওঁৰ বিৰুদ্ধে অভিযুক্তক অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ কৰে স্থানীয়…
Assam গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান October 9, 2025 Sonakshi Sarkar গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক ডলী চৌধুৰী আৰু নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছ কাৰ্যসূচী বিষয়া ড০ ভূবন চন্দ্ৰ চুতীয়াক…
Assam ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী October 8, 2025 Piyali Poddar পুৱতি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী। জানিব পৰা মতে কেইজনমান সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল বনকৰ্মীয়ে। তাৰ পিছতে নিশা…
Assam পাণ্ডুঘাট বিসৰ্জন কমিটিৰ ফলাফল ঘোষণা ; ১২ অক্টোবৰত বঁটা প্ৰদান অনুষ্ঠান October 8, 2025 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী October 7, 2025 Piyali Poddar অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনত…
Assam পুত্ৰ সন্তান নথকা বাবে স্বামী পৰিয়ালে নৃ**শংসকাণ্ড সংঘটিত কৰে September 25, 2025 Piyali Poddar দেশ এতিয়া বহু আগবাঢ়ি গ’ল। কিন্তু আধুনিক বুলি কোৱা এই সময়ৰ মাজতো সংঘটিত কিছুমান ঘটনাই বহুতকে আচৰিত কৰি তোলে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক।…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ September 25, 2025 Piyali Poddar জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু…