Category: Assam

ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন

বিগত বছৰৰ দৰে এইবাৰো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ পেঞ্চনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ…

ক্র’নিক চাবডিউৰেল হেমাট’ মা আৰু নিউৰ’ ইণ্টাৰভেনশ্বন বিষয়ত জিএনাবচি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় কর্মশালা আৰু আলোচনাচক্র

পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আৰু ব্যয় সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া জিএন আৰচি হাস্পতালন দিছপুৰ চৌহদত শুকুৰবাৰে ক্রনিক চাগডিউৰেল হেমাট’মা (SDH) আৰু নিউৰ’ ইন্টাৰভেনশ্বন বিষয়ত দিনজোৰা কার্যসূচীৰে এখন আন্তঃৰাষ্ট্রীয়…

পথ-সুৰক্ষাক অভ্যাস-সংস্কৃতি হিচাপে গ্ৰহণৰ আহ্বান বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত ব’হাগৰ বিহুৰ মঞ্চত পথ-সুৰক্ষা সজাগতা অব্যাহত আছে ৷ এতিয়া বিহুৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ সময়। এই…

দিল্লীত ইছৰোৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

অসম চৰকাৰে নিজাববীয়াকৈ কৃত্ৰিম উপগ্রহ উৎক্ষেপণৰ প্ৰস্তুতি চলাই আছে। ২০২৫-২৬ বৰ্ষৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই অসমৰ এটা নিজা কৃত্রিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি ইছৰোৰ…

লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক

ৱাকফ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হৈছে। বিধেয়কখনৰ সপক্ষে ২৮৮ টা আৰু বিপক্ষে ২৩২ টা ভোট দিয়া হৈছে। সংশোধনী বিধেয়কখন বুধবাৰে সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৰ দ্বাৰা উত্থাপন কৰা হৈছিল।…

ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতকে ধৰি বহুতো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে। ট্ৰাম্পৰ শুল্কক ‘ৰেহাই প্ৰাপ্ত পাৰস্পৰিক শুল্ক’ বুলি নামাকৰণ কৰা হৈছে। আমেৰিকাই প্ৰায় ১০০ খন দেশৰ এখন তালিকা…

কেবাটাও ভাটী ধ্বংস ; মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১১,৮০০ লিটাৰ পাছ জব্দ ; এজনক আটক

গুৱাহাটী মহানগৰীক দেশী – বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত চলাই থকা অভিযানৰ অংশ হিচাপে আজি পুৱাৰে পৰা দূপৰীয়ালৈ জালুকবাৰী সম…

নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকা সোঁৱৰণি বঁটা প্ৰদান

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অভিযন্তা তথা সাংস্কৃতিক- সামাজিক কৰ্মী প্ৰয়াত নৃপেন্দ্ৰ চন্দ্ৰ হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে ‘স্মৃতিৰ ৰ’দ কাঁচলি ’ শীৰ্ষকেৰে পাঠান হাজৰিকা দাতব্য ন্যাসে…

সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত গ্ৰামাঞ্চলৰ পৰা সুদক্ষ চালক সৃষ্টিৰ আহ্বান গৌতম দাসৰ

কামৰূপ মহানগৰ জিলাৰ বৃহত্তৰ মালয়বাৰীত দেওবাৰে নিশা সহস্ৰাধিক লোকে আগন্তুক দিনত ৰাজপথত পথ-সুৰক্ষাৰ সজাগতা গঢ়ি তোলাৰ বাবে সমস্বৰে শপত গ্ৰহণ কৰে । উল্লেখ্য যে, মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তী…

আৰণ্যকৰ সহযোগত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত “স্নিফাৰ ডগ ইউনিট” নিয়োগ

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সমন্বিত আৰু সহযোগিতামূলক পদক্ষেপেৰে আইন বলবৎকাৰী সংস্থাসমূহক সহায় কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত ৰাজ্যৰ বন বিভাগে অসমৰ নগাঁও…