Category: Assam

৪ বছৰত বিজ্ঞাপনৰ নামত ৩৭০ কোটি টকা ব্যয় ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে ৪টা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত ব্যয় কৰে ৩৭০ কোটিৰো অধিক টকা। বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে…

পাণ্ডু সদিলাপুৰৰ শ্রী শ্রী মহাৰুদ্র যজ্ঞৰ সামৰণি ; দুখন গ্রন্থ উন্মোচন

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰস্থিত বাবা শিৱ মন্দিৰ প্ৰাংগণত ৭,৮ আৰু ৯ মাৰ্চত তিনিদিনীয়াকৈ শ্রী শ্রী মহাৰুদ্র যজ্ঞ অনুষ্ঠিত হয়। ৯ মাৰ্চত সামৰণিৰ দিনা যজ্ঞৰ পূর্ণাহুতি প্রদানৰ পিছতে বিয়লি…

গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৩২,৫০০ টকাৰ জৰিমণা সংগ্ৰহ

গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ…

জৈৱ বৈচিত্ৰ্য, পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি

জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰ সংৰক্ষণ, স্থানীয় লোকৰ সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰুপে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউ এন…

মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁৱৰ দুই শতাধিক লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এলানি কৰ্মশালাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু অসমৰ যোৰহাট জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত পাঁচখন গাঁৱৰ…

এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ

দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০’ সম্পন্ন হৈছে। সম্পন্ন হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ শেষৰ দিনটোত বিভিন্ন খণ্ডৰ কোম্পানীৰ সৈতে…

এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল’বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ…

কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা

৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা ৷ আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ, শিলগুটিৰে আক্ৰমণ একাংশৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ৷ আগ-পাছ নাভাবি একাংশই আইন হাতত ল’বলৈয়ো যেন কুণ্ঠাবোধ…

অসম, অৰুণাচলৰ বনকৰ্মীক গিবন সংৰক্ষণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আৰণ্যকৰ

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ মোকাবিলা কৰা আৰু সংৰক্ষণ দৃষ্টিভংগী গঢ়ি তোলাৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ বন বিভাগৰ সহযোগত গিবন সংৰক্ষণ বিষয়ক এলানি…

ভাৰত ৰঙ্গ মহোৎসৱত অঙ্গনা নাট্য গোষ্ঠীৰ ‘পঞ্চম বেদ’ নাটক মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশজুৰি আয়োজন কৰা ভাৰত ৰঙ্গ মহোৎসৱৰ অংশ হিচাপে ‘বিশ্ব জন ৰঙ্গ’ত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অঙ্গনা নাট্য গোষ্ঠীয়ে কামৰূপ জিলাৰ শুৱালকুছি শংকৰ মন্দিৰ প্ৰেক্ষাগৃহত যোৱা ১৫ ফেব্ৰুৱাৰীত…