Category: Assam

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী-অসম ৰাইফলছৰ ৯৩,১৩৯টা পদ খালী

কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সংসদত অৱগত কৰে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ মুঠ ৯৩,১৩৯টা পদ খালী হৈ আছে। এই তথ্য গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লিখিত উত্তৰত দিছে।…

ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ যুদ্ধৰ ১২ দিন; দুই পক্ষৰ সংঘাতত থকা-সৰকা মধ্যপ্ৰাচ্য

ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী যুদ্ধই আজি দ্বাদশ দিনত ভৰি দিলে। মধ্যপ্ৰাচ্যৰ আকাশ কঁপাই ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সামৰিক…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণ; কোকৰাঝাৰত ৰে’লৱে কোচ ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে পুনৰ ৰাজ্য ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে ১৩ মাৰ্চত মোদীয়ে কোকৰাঝাৰত উপস্থিত হৈ বি টি চি চুক্তি…

পুণৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। প্ৰধানমন্ত্রী মোদী দুদিনীয়াকৈ আৰু অমিত শ্বাহে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্রীয়ে ১৩ মাৰ্চৰত উপস্থিত হৈ…

গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতু; যান-জঁটৰ পৰা মুক্তি পাব হাজাৰ হাজাৰ যাত্ৰীয়ে

গুৱাহাটীৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে ৰাজ্যৰ দীৰ্ঘতম ‘মহাৰাজ পৃথু উৰণ সেতু’ আজি ৰাইজৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। চহৰখনৰ মাজমজিয়াৰ দীঘলীপুখুৰীৰ পৰা নিউ গুৱাহাটী পৰ্যন্ত বিস্তৃত এই…

আন্তৰ্জাতিক মহিলা দিৱসত জ্যেষ্ঠ মহিলা অভিযন্তাক সম্বৰ্ধনা অসম মহিলা অভিযন্তা সংস্থাৰ

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও ৮ মাৰ্চত গুৱাহাটীৰ পানবজাৰস্থিত ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ সভাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা…

অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল; অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ

অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ আজি সংসদত শাসক-বিৰোধীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। সদনৰ কাম-কাজত বাধা সৃষ্টি কৰাক লৈ দুয়োপক্ষই ইজনে আনজনক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়। এই…

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধ্বংস কৰিব কংগ্ৰেছকঃ গুৱাহাটীত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজি গুৱাহাটীত তীব্ৰ আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ আগত বিৰোধীৰ দুই প্ৰভাৱশালী নেতাক সমালোচনা কৰি তেওঁ…

অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যত চৰকাৰৰ বিশাল বিত্তীয় চমক; ৪০ লাখ মহিলাৰ একাউণ্টত সোমাল ৩৬০০ কোটি টকা

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৪০ লাখ মহিলা হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ বৃহৎ ধনৰাশি প্ৰদানেৰে এক অভিলেখ ৰচনা কৰিলে ৰাজ্য চৰকাৰে। মঙলবাৰে একে সময়তে ৰাজ্যজুৰি অনুষ্ঠিত ৩৮০০ খন সভাৰ জৰিয়তে…

নলবাৰীত নিশাৰ উত্তপ্ত পৰিস্থিতিৰ পাছত মুকলি কংগ্ৰেছী কাৰ্যকৰ্তাক; দোষীক গ্ৰেপ্তাৰৰ দাবী অশোক শৰ্মাৰ

আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হ’ল নলবাৰীৰ উত্তপ্ত নিশাৰ প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীসকলক। যোৱা নিশা প্ৰাক্তন বিধায়ক অশোক শৰ্মাসহ কেইবাজনো নেতাক নলবাৰী আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক তীব্ৰ…