Category: Assam

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত…

অসমৰ পৰা বিদেশী বহিষ্কাৰৰ ভূমিকাত থাকিব জিলা উপায়ুক্ত-অতিৰিক্ত জিলা উপায়ুক্ত

অসম চৰকাৰৰ কেবিনেটে ‘বিদেশী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ৰ অধীনত ৰাজ্যৰ পৰা বিদেশীক অপসাৰণৰ বাবে এটা মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ত অনুমোদন জনাইছে। মঙলবাৰে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

‘কা’ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব আবেদনৰ সময় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰি ভাৰতলৈ অহা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ অমুছলমানক কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সকাহ দিছে। গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু,…

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়।…

জালুকবাৰী আৰক্ষী থানাৰ উদ্যোগত দুৰ্গা পূজা উদযাপন আৰু প্ৰতিমা বিসৰ্জন বিষয়ক সভা সম্পন্ন

আগন্তুক শাৰদীয় দুৰ্গা পূজালৈ মাজতে প্ৰায় এটা মাহ বাকী থকা অৱস্থাত গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে…

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে, কাৰণ উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা আৰু অধিক মৃতদেহ উদ্ধাৰ কৰিছে। জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ পাহাৰীয়া অঞ্চলত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত এদিন…

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল…

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ…

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ…

দেশৰ ১২ জন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ

নিৰ্বাচন অধিকাৰ সংস্থা এডিআৰৰ এক নতুন প্ৰতিবেদন অনুসৰি দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ অৰ্থাৎ ৪০ শতাংশই নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডীয়ে নিজৰ বিৰুদ্ধে সৰ্বাধিক…

পৱিত্ৰ ভাদ মাহত শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ

এতিয়া পৱিত্ৰ ভাদ মাহ। এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাৱ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱৰো তিথি হোৱা বাবে ৰাজ্যৰ গাওঁ-চহৰ সকলোতে বাপ-আইসকলৰ হৰিনামৰ ধ্বনিত চাৰিওপিনে আধ্যাত্মিক…