Category: Assam

ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ

মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক এখনি আলোচনা চক্ৰ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ছাটাৰগাঁও সমূহীয়া কেন্দ্ৰত সফলভাৱে অনুষ্ঠিত হৈ যায়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ (চি ডব্লিউ ই…

ইৰাকত ইন্ধন ভৰোৱা আমেৰিকান সেনাৰ কেচি-১৩৫ বিমান দুৰ্ঘটনাগ্ৰস্ত

পশ্চিম ইৰাকত ইন্ধন ভৰোৱা আমেৰিকাৰ সেনাবাহিনীৰ কেচি-১৩৫ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ইৰাকৰ ইছলামিক ৰেজিষ্টেন্সে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে যদিও আমেৰিকাৰ সেনাই ইয়াক শত্ৰুৰ আক্ৰমণ বুলি অস্বীকাৰ কৰি কয় যে বিমানখন…

নিৰ্বাচন আয়ুক্তৰ অপসাৰণ বিচাৰি সংসদত বিৰোধীৰ প্ৰস্তাৱ! পক্ষপাতিত্ব আৰু দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পক্ষপাতিত্ব আৰু দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ তুলি আজি সংসদৰ উভয় সদনত তেওঁৰ অপসাৰণৰ দাবী জনাইছে বিৰোধীয়ে। ভাৰতীয় সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে এজন মুখ্য নিৰ্বাচন আয়ুক্তৰ…

সীমান্তৰে পুনৰ বহিষ্কাৰ ১২ অনুপ্ৰৱেশকাৰী! অবৈধ অনুপ্ৰৱেশ ৰুধিবলৈ ৰাজ্যত অব্যাহত ‘মিছন ক্লীন আপ’

চুবুৰীয়া দেশ বাংলাদেশৰ পৰা অবৈধভাৱে সীমা অতিক্ৰম কৰি অহা ১২ গৰাকী অনুপ্ৰৱেশকাৰীক পুনৰ দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াৰ জৰিয়তে এই…

অহা পাঁচ দিনলৈ ৰাজ্যত হব ধুমুহা বৰষুণ

অহা পাঁচ দিনলৈ ৰাজ্যত ধুমুহা বৰষুণ বিজুলী ধেৰেকণী হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান…

উগ্ৰপন্থীৰ সহায়ত ফলাফল সলনিৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ নেতা পৱন খেড়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

আগন্তুক বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলত খেলিমেলি কৰিবলৈ বিৰোধী পক্ষই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ আশ্ৰয় লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন…

অসমৰ কোনো জিলাতে নাই বিৰোধীৰ অস্তিত্ব! ২০২৬ত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ হুংকাৰ অজন্তা নেওগৰ

আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় ঘটিব কংগ্ৰেছ মিত্ৰজোঁটৰ। এই দাবীৰে একপ্ৰকাৰ যুদ্ধংদেহী হুংকাৰ দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত তেওঁ কয় যে বৰ্তমান…

কংগ্ৰেছৰ ২৫ বছৰীয়া সংগ ত্যাগ জনচন জে চাংমাৰ; বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোত মোক্ষম আঘাত

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ মাজতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আহিছে এক বেয়া খবৰ। দলটোৰ সৈতে থকা ২৫ বছৰীয়া সম্পৰ্ক ছেদ কৰি আজি সকলো পদবী আৰু…

অসমত ৪৮ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প; নিৰ্বাচনৰ প্ৰাকক্ষণত আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিধানসভা নিৰ্বাচনৰ ডংকা বজাবলৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণকালত তেওঁ কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ…

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশবাসীক অভয়বাণী কেন্দ্ৰীয় চৰকাৰৰ; ভাৰতত কোনো কাৰণতে নঘটে ইন্ধনৰ নাটনি

দেশত নাটনি নহয় ইন্ধনৰ। চৰম উত্তেজনাপূৰ্ণ বৈশ্বিক পৰিস্থিতি আৰু ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰাক লৈ সৃষ্টি হোৱা তীব্ৰ উৎকণ্ঠাৰ মাজতে আজি দেশবাসীক এই অভয়বাণী প্ৰদান কৰিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী…