Category: Assam

অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন ৰাজ্যিক কেবিনেটৰ

মুখ্যমন্ত্রীড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদমেল…

মেঘালয়ৰ চান্দ মোহন ঝা বিশ্ববিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে মেঘালয়ৰ চান্দ মোহন ঝা (চিএমজে) বিশ্ববিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে আৰু অব্যৱস্থা আৰু আন কেইবাটাও ত্ৰুটিৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানখন বন্ধ কৰাৰ ৰাজ্য চৰকাৰৰ ২০১৪ চনৰ সিদ্ধান্তক বাহাল…

২০২৭ত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে

২০২৭ৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে। ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) সভাপতি পি টি ঊষাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এই কথা জনাইছে। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক…

দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত

ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ বাবে দুৰ্নীতি ধাৰণা সূচকত (চিপিআই) ১৮০খন দেশৰ ভিতৰত ভাৰত ৯৬ তম স্থানত আছে, কিয়নো ভাৰতৰ সামগ্ৰিক নম্বৰ এক পইণ্ট হ্ৰাস হৈ ৩৮ হৈছে।ৰাজহুৱা খণ্ডত…

অস্কাৰলৈ মনোনীত ছবিয়ে প্ৰকাশ কৰিব লাগিব এ আইৰ বিৱৰণ

চলচ্চিত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যিসকল চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি অস্কাৰৰ বাবে মনোনীত হৈছে, তেওঁলোকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব। যোৱা কেইদিনমানত অস্কাৰ মনোনীত ছবি…

দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বিনিয়োগকাৰী সন্মিলনৰ প্ৰচাৰৰ বাবে সোমবাৰে ছিংগাপুৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাত্ৰা আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়- মই দুদিনৰ…

উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত থকা আই চি এফ এ আই বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ যৌথ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত…

৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন যোৰহাট জিলাৰ ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতি…

দুসপ্তাহৰ ভিতৰত অসমৰ ডিটেনচন চেণ্টাৰত বন্দী হৈ থকা ৬৩ জনক বিতাড়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰক বিদেশী ঘোষণা কৰা লোকসকলক বিতাড়ন কৰাৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰে আৰু কয় যে আপোনালোকে কিবা মুহুৰ্তৰ বাবে অপেক্ষা…

চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নাথাকিব বাসস্থানৰ আধাৰত সংৰক্ষণৰ সুবিধা

উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ ৰায়দান দিয়ে। দেশৰ উচ্চতম ন্যায়ালয়ে তেঁওলোকৰ ৰায়দানত কয় যে চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ (পিজি) পাঠ্যক্ৰমত বাসস্থানৰ আধাৰত সংৰক্ষণৰ…