Category: Assam

মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁৱৰ দুই শতাধিক লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এলানি কৰ্মশালাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু অসমৰ যোৰহাট জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত পাঁচখন গাঁৱৰ…

এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ

দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০’ সম্পন্ন হৈছে। সম্পন্ন হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ শেষৰ দিনটোত বিভিন্ন খণ্ডৰ কোম্পানীৰ সৈতে…

এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল’বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ…

কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা

৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা ৷ আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ, শিলগুটিৰে আক্ৰমণ একাংশৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ৷ আগ-পাছ নাভাবি একাংশই আইন হাতত ল’বলৈয়ো যেন কুণ্ঠাবোধ…

অসম, অৰুণাচলৰ বনকৰ্মীক গিবন সংৰক্ষণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আৰণ্যকৰ

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ মোকাবিলা কৰা আৰু সংৰক্ষণ দৃষ্টিভংগী গঢ়ি তোলাৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ বন বিভাগৰ সহযোগত গিবন সংৰক্ষণ বিষয়ক এলানি…

ভাৰত ৰঙ্গ মহোৎসৱত অঙ্গনা নাট্য গোষ্ঠীৰ ‘পঞ্চম বেদ’ নাটক মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশজুৰি আয়োজন কৰা ভাৰত ৰঙ্গ মহোৎসৱৰ অংশ হিচাপে ‘বিশ্ব জন ৰঙ্গ’ত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অঙ্গনা নাট্য গোষ্ঠীয়ে কামৰূপ জিলাৰ শুৱালকুছি শংকৰ মন্দিৰ প্ৰেক্ষাগৃহত যোৱা ১৫ ফেব্ৰুৱাৰীত…

আকৌ আহিল ফাগুন

আকৌ আহিল মন উতনুৱা কৰা দুষ্ট ফাগুন।বুকুত হাজাৰ শিহৰণ জগাই আহিল মন-প্ৰাণ চঞ্চল কৰা ফাগুন ৷ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰুজ্জীৱিত হোৱাৰ দিশত গতি কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰকৃতিয়ে মেলি দিছে…

ডাঃ পুনিৰাম পাতৰৰ ‘ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্র’ গ্রন্থ উন্মোচন

অসমৰ এক অগ্রণী শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ ৪৭ সংখ্যক মহাবিদ্যালয় সপ্তাহ ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে গীত, নৃত্য, বাদ্য সংগীত আদিৰ প্ৰতিযোগিতা সমূহ…

১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়া হিচাপে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা আৰু ৰাম মন্দিৰ ন্যাস গঠনৰ অনুচ্ছেদ ৩৭০ ৰ বেছিভাগ ব্যৱস্থা বাতিল কৰাৰ চৰকাৰৰ পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা…

এটা চৰাইৰ মৃত্যুত ৰাণীৰ চল্লি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীয়ে অনুষ্ঠিত কৰিলে আদ্যশ্রাদ্ধ

সাধাৰণ যেন লগা এটা চৰাইৰ মৃত্যুত শোক প্ৰকাশ কৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ অসম – মেঘালয় সীমান্তবৰ্তী ২৭ নং চল্লি প্ৰাথমিক বিদ্যালয়ত ১৪ ফেব্ৰুৱাৰীত আদ্য শ্ৰদ্ধ অনুষ্ঠিত…