Assam মাইক্ৰছফ্টে ক্ৰয় কৰিব টিক টক January 28, 2025 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংগিত দিছে যে প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্টে টিক টকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিব পাৰে। ট্ৰাম্পে কৈছে যে তেওঁ টিক টক ক্ৰয় কৰিবলৈ নিবিদাৰ প্ৰতিযোগিতা চাবলৈ অধিক…
Assam পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোবৰ যাত্ৰা January 28, 2025 Sonakshi Sarkar ভাৰত আৰু চীনে সম্পৰ্ক পুনৰ শক্তিশালী কৰি গ্ৰীষ্মকালত কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। ইয়াৰ লগতে পোনপটীয়া বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ নীতিগতভাৱে দুয়োখন দেশ সন্মত হৈছে। বৈদেশিক…
Assam ভাৰতত ভোটাৰৰ সংখ্যা ৯৯.১ কোটিলৈ বৃদ্ধি January 23, 2025 Sonakshi Sarkar ভাৰতত এতিয়া ভোটাৰৰ সংখ্যা ৯৯.১ কোটি লৈ বৃদ্ধি পাইছে। যি যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত ৯৬.৮৮ কোটি আছিল। নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ পূৰ্বে জাৰি কৰা এক…
Assam প্ৰথমবাৰলৈ গণৰাজ্য দিৱসত দেখা যাব তিনি সেনাৰ যৌথ পেৰেড January 23, 2025 Sonakshi Sarkar প্ৰথমবাৰৰ বাবে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ কৰ্তব্য পথৰ পেৰেডত দেখা যাব দেশৰ তিনি সেনাৰ যৌথ পেৰেড। ইয়াৰ উদ্দেশ্য হৈছে সশস্ত্ৰ বাহিনীৰ মাজত যৌথতাৰ বৃহত্তৰ মনোভাৱ প্ৰতিফলিত কৰা। একে সময়তে, কেন্দ্ৰীয়…
Assam অৰ্ধপৰিবাহী প্ৰকল্পবোৰে ২৫,০০০ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব: বিত্ত মন্ত্ৰালয় January 21, 2025 Sonakshi Sarkar অহা মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধপৰিবাহী কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ আৰু ইলেক্ট্ৰনিক্স সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ…
Assam সীমিত সংখ্যক বনকৰ্মীয়ে পহৰা দি আহিছে ৰাণী বনাঞ্চল January 21, 2025 Sonakshi Sarkar আজাৰা, ২১ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪ হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন…
Assam ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ January 21, 2025 Sonakshi Sarkar ২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন…
Assam বিবাহত বহিল নীৰজ চোপ্ৰা January 20, 2025 Sonakshi Sarkar ভাৰতৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই হিমানী ম’ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মই মোৰ পৰিয়ালৰ…
Assam ২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি January 20, 2025 Sonakshi Sarkar বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা ‘অক্সফাম ইণ্টাৰনেচনেল’ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।…
Assam ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী মেলা January 16, 2025 Sonakshi Sarkar পশ্চিম গুৱাহাটীৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰাক ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক -শিক্ষয়ত্ৰীৰ…