Category: Assam

প্ৰধানমন্ত্ৰীৰ বিদায়, অসমত এইবাৰ উপস্থিত গৃহমন্ত্ৰী অমত শ্বাহ

দুদিনীয়া ভ্ৰমণ সামৰি আজি অসমৰ পৰা বিদায় লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ বিদায়ৰ কিছু সময়ৰ পাছতে অসমত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত প্ৰাৰ্থিত্ব কেন্দ্ৰিক চূড়ান্ত আলোচনা…

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ডঃ দীপজ্যোতি ৰাজখোৱাৰ যোগদান; ৰাজ্যপালৰ নিযুক্তিৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ

ৰাজ্যৰ কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ প্ৰসাৰিত হৈছে এক নতুন সম্ভাৱনা। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অধ্যাপক দীপজ্যোতি ৰাজখোৱাক অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অসমৰ ৰাজ্যপাল…

বৰাকত ৪৭,৮০০ কোটিৰ অভিলাষী প্ৰকল্প; শিলচৰ-শ্বিলং এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

বৰাক উপত্যকাৰ যাতায়াত আৰু শিক্ষা খণ্ডত এক নতুন যুগৰ সূচনা কৰি শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাছাৰ জিলাত কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰে। শিলচৰ চহৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুঠ…

মণিপুৰত ভয়াবহ বিস্ফোৰণ! চাৰিবছৰীয়া শিশুৰ মৃত্যু, আহত পিতৃ

পুৱাৰ এক ভয়ংকৰ বোমা বিস্ফোৰণে মুহূৰ্ততে ছানি ধৰিলে শোকৰ ছাঁ। শনিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত মণিপুৰৰ নোৱে জিলাৰ খৌপুম আৰক্ষী থানাৰ অন্তৰ্গত টাওলিংপুং গাঁৱত সংঘটিত এক শক্তিশালী বিস্ফোৰণত এটি চাৰি…

নিৰ্বাচনী পৰাজয়ৰ ‘চেঞ্চুৰী’ কৰিব কংগ্ৰেছেঃ কাছাৰৰ জনসভাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ কটাক্ষ

সমাগত নিৰ্বাচনৰ উত্তাল পৰিৱেশৰ মাজতে এতিয়া তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক কুচকাৱাজ। শনিবাৰে কাছাৰ জিলাত এক বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে…

কাৰাগাৰৰ পৰা মুক্তি সোনম ৱাংচুকক; লাডাখত শান্তিৰ পৰিৱেশ গঢ়িবলৈ কেন্দ্ৰৰ পদক্ষেপ

দীৰ্ঘদিনীয়া বন্দীত্ব আৰু তীব্ৰ আইনী বিতৰ্কৰ পাছত এতিয়া মুকলি আকাশৰ তললৈ আহিব লাডাখৰ সৰব পৰিৱেশ কৰ্মী সোণম ৱাংচুক। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে বিশিষ্ট শিক্ষাবিদ তথা পৰিৱেশ কৰ্মী সোনম…

ডাইকিন ইণ্ডিয়াক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ডাইকিন ইণ্ডিয়াক শেহতীয়াকৈ সৰ্বাধিক শক্তি-দক্ষ কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা ২০২৫ৰে সন্মানিত কৰে। ডাইকিন ইণ্ডিয়াই তৃতীয় বাৰৰ বাবে এই স্বীকৃতি লাভ কৰিছে। জাপানৰ ডাইকিন…

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নামত নতুন উদ্ভিদ; মানাহৰ বুকুত আৱিষ্কৃত বিশেষ প্ৰজাতি

অৰণ্যৰ বুকুত খোদিত হ’ল হাৰ্টথ্ৰৱৰ নাম! ৰাজ্যৰ গৱেষকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ কৰা এক নতুন উদ্ভিদৰ নাম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিছে ‘অছবেকিয়া জুবিনগাৰ্গিয়ানা’। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিগৰাকী গৱেষক…

কোকৰাঝাৰত উন্নয়নৰ নতুন জোৱাৰ; ৪৫৭৪ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত আজি কোকৰাঝাৰত ৪৫৭৪ কোটি টকাৰ কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰকল্পসমূহৰ ভিতৰত ৮০০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ‘অসম মালা ৩.০’ আৰু বাঁহবাৰীত…

আমেৰিকাৰ ওচৰত শীঘ্ৰেই শৰণাপন্ন হ’ব ইৰাণ! জি-৭ৰ বৈঠকত ট্ৰাম্পৰ বিস্ফোৰক ইংগিত

ইৰানৰ সামৰিক শক্তি আৰু অৰ্থনীতি বৰ্তমান ইমানেই থৰক-বৰক হৈ পৰিছে যে তেওঁলোকে যিকোনো মুহূৰ্ততে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব। এই বিস্ফোৰক দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে জি-৭…