Assam এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ April 4, 2026 Paromita নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে এইবাৰ ‘ডিপফেক’ বা কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে জোকাৰি গৈছে মহানগৰীৰ ৰাজনীতি। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ এক বিকৃত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল…
Assam অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টচন চাংমাৰ দেহাৱসান April 4, 2026 Paromita অন্ত পৰিল অসমৰ ফুটবল জগতৰ এটা সোণালী অধ্যায়ৰ। শনিবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টচন চাংমাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ৭০…
Assam সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁঃ ৰাঘৱ চাড্ডা April 4, 2026 Paromita আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ মাজতে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আপৰ সাংসদগৰাকীয়ে। শনিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ বিৰুদ্ধে উঠা সকলো…
Assam কংগ্ৰেছৰ জয়ৰ সপোন দেখাটো কেৱল এক ‘পাগলামি’; ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ April 4, 2026 Paromita বিৰোধীৰ জয়ৰ সপোনক কেৱল এক ‘পাগলামি’ বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক এজন ‘পাগল’ আখ্যা দি শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী…
Assam লংকেশ্বৰত ৬১ সংখ্যক সোঁৱৰী উৎসৱৰ আয়োজন April 4, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত অহা ১৬ এপ্ৰিল দুই বহাগত এদিনীয়া কাৰ্যসূচীৰে ৬১ সংখ্যক পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ উদযাপন কৰা হব। আনহাতে কাৰ্য্যসূচী অনুসৰি…
Assam কেনিয়াক অতিক্ৰম কৰি ড’পিং উলংঘাৰ শীৰ্ষত ভাৰত April 4, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত অহা ১৬ এপ্ৰিল দুই বহাগত এদিনীয়া কাৰ্যসূচীৰে ৬১ সংখ্যক পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ উদযাপন কৰা হব। আনহাতে কাৰ্য্যসূচী অনুসৰি…
Assam কংগ্ৰেছৰ গেৰাণ্টি মানেই আনৰ পৰা কৰা ‘কপি-পেষ্ট’; জাগীৰোডত বিৰোধীৰ বিৰুদ্ধে সৰৱ পীয়ূষ হাজৰিকা April 4, 2026 Paromita কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত নতুনত্ব একোৱেই নাই। শনিবাৰে জাগীৰোডত এক নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈক এইদৰে তীক্ষ্ণ সমালোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। বিজেপি চৰকাৰে চলাই…
Assam নিৰ্বাচনী মঞ্চত নীতিন নবীনৰ কটাক্ষ; কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ April 4, 2026 Sonakshi Sarkar অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাঁচটা দিন পূৰ্বে গুৱাহাটী শহৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ হৈ উঠিছে। গীতা মন্দিৰ খেলপথাৰতে অনুষ্ঠিত বিজয় সংকল্প সভাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীনে বক্তৃতা দি সমর্থকৰ…
Assam মাজ আকাশত দেৱদূতৰ ৰূপত মণিপুৰী চিকিৎসক; টকিঅ’-দিল্লী বিমানত ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ April 3, 2026 Paromita মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ হ’ল এগৰাকী মহিলা চিকিৎসক। বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা এগৰাকী যাত্ৰীক জৰুৰীকালীন চিকিৎসা আগবঢ়াই জীৱন ৰক্ষা কৰে মণিপুৰৰ চিকিৎসক ড° লনী লিৰিনাই। যোৱা ২৮…
Assam বিশ্বাসঘাতকতা মুখ্যমন্ত্ৰীৰ তেজত আছেঃ হিমন্ত বিশ্ব শৰ্মাক লুৰীণজ্যোতি গগৈৰ তীব্ৰ আক্ৰমণ April 3, 2026 Paromita বিশ্বাসঘাতকতা আৰু পিছফালৰ পৰা ডেগাৰ মৰা নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে। ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খোৱাঙত এক…