Sports পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত দক্ষিণ আফ্ৰিকাৰ জয়লাভ December 11, 2024 Sonakshi Sarkar ডেভিদ মিলাৰৰ দুৰ্দান্ত বেটিং আৰু জৰ্জ লিণ্ডেৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দক্ষিণ আফ্ৰিকাই মঙলবাৰে নিশা ডাৰ্বানত প্ৰথমখন টি-২০ প্ৰতিদ্বন্দি পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।…
Latest আৰবিআইৰ ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ সঞ্জয় মালহোত্ৰাৰ December 11, 2024 Sonakshi Sarkar সঞ্জয় মালহোত্ৰাই বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ২৬ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনি বছৰৰ বাবে গভৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ…
Political ১২ খন জিলাত অসমীয়া সংখ্যালঘুত পৰিণত: মুখ্যমন্ত্ৰী December 11, 2024 Sonakshi Sarkar অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে তেওঁৰ ৰাজ্যই ইজৰাইলৰ শত্ৰুৰ দ্বাৰা আৱৰি থকা স্বত্বেও জীয়াই থকাৰ পাঠ শিকিব লাগিব। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ‘শ্বহীদ দিৱস’ অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে…
Sports অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি ডব্লিউটিচিৰ শীৰ্ষস্থানত দক্ষিণ আফ্ৰিকা December 10, 2024 Sonakshi Sarkar দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ১০৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) শীৰ্ষস্থান দখল কৰে। আনহাতে এডিলেড টেষ্টত পৰাজয়ৰ পিছত ভাৰত তৃতীয় স্থানলৈ অৱনমিত…
Political ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ December 10, 2024 Sonakshi Sarkar সংসদৰ শীতকালীন অধিৱেশনৰ ১১তম দিনা অৰ্থাৎ মঙলবাৰে ‘ইণ্ডিয়া’ মহাযোঁটে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁক ৰাজ্যসভাৰ সভাপতি পদকৰ পৰা আঁতৰোৱাৰ বাবে এই প্ৰস্তাৱ উত্থাপন কৰে বিৰোধীয়ে।…
Latest মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে উদ্যোগ গ্ৰহণ আৰণ্যকৰ December 9, 2024 Sonakshi Sarkar মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশহিচাপে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্তোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি,…
Sports গুৱাহাটী মাষ্টাৰ্ছ চুপাৰৰ ডাবুলছৰ চেম্পিয়ন তানিশা ক্ৰেষ্টো-অশ্বিনী পোনাপ্পা December 9, 2024 Sonakshi Sarkar গুৱাহাটী মাষ্টাৰ্ছ চুপাৰ ১০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত চীনৰ লি হুয়াঝৌ আৰু ৱাং জিমেংক পোনপটীয়া খেলত পৰাস্ত কৰি ভাৰতীয় মহিলা দ্বৈত যুটি তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাই নিজৰ খিতাপ অক্ষুণ্ণ ৰাখে।…
Latest গৌৰী নন্দন শইকীয়াৰ উপন্যাস ‘পুনে ডায়েৰী’ উন্মোচন December 9, 2024 Sonakshi Sarkar অগ্ৰণী প্ৰকাশন গোষ্ঠী বনফুল প্ৰকাশনৰ উদ্যোগত দেওবাৰে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই লেখক গৌৰী নন্দন শইকীয়াৰ ‘পুনে…
Sports ২০২৪ত ৫০ টা টেষ্ট উইকেট দখল যশপ্ৰীত বুমৰাহৰ December 7, 2024 Sonakshi Sarkar ভাৰতৰ যশপ্ৰীত বুমৰাহে ২০২৪ত ৫০ টা টেষ্ট উইকেট লোৱা প্ৰথম দ্ৰুত বলাৰ হৈ পৰিছে। শুকুৰবাৰে এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা গুলপীয়া বলৰ টেষ্টৰ প্ৰথম দিনা বুমৰাহে অপেনাৰ উছমান খাৱাজাক আউট কৰাৰ…
Latest নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয়-২৮ খন নবোদয় বিদ্যালয় স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন December 7, 2024 Sonakshi Sarkar নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিব কেন্দ্ৰীয় চৰকাৰৰে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটত দেশত ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয়…