Political ২০১০ৰ পিছত পশ্চিম বংগত জাৰী কৰা অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে May 23, 2024 Sonakshi Sarkar কলিকতা উচ্চ ন্যায়ালয়ে বুধবাৰে ২০১০ চনৰ পিছত পশ্চিম বংগত জাৰী কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) প্ৰমাণপত্ৰ বাতিল কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ…
Latest ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ May 23, 2024 Sonakshi Sarkar মানৱ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ বিয়পাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াই মানুহৰ ক্ষেত্ৰত ‘বাৰ্ড ফ্লু’ সংক্ৰমণৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিভাগে কয় যে ভাৰতত থাকোতে কেইসপ্তাহমান আগতে এটি শিশু…
Education অডিঅ’ বুকবোৰে শিশুৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে: লেখক ৰাস্কিন বণ্ড May 21, 2024 Sonakshi Sarkar প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডে কয় যে অডিঅ’ বুকবোৰে শিশুসকলৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু লাহে লাহে তেওঁলোকক কিতাপ পঢ়িবলৈ প্ৰলোভিত কৰিব পাৰে। ৰাস্কিন বণ্ডে দেওবাৰে তেওঁৰ ৯০…
Latest শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ May 21, 2024 Sonakshi Sarkar শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ…
Latest নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু May 21, 2024 Sonakshi Sarkar গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন…
News বৰপেটা জিলা কমিটি গঠন May 21, 2024 Sonakshi Sarkar অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন…
Latest কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ May 21, 2024 Sonakshi Sarkar গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক…
Sports একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয়ৰে ইতিহাস ৰচিলে মানচেষ্টাৰ চিটিয়ে May 20, 2024 Sonakshi Sarkar মানচেষ্টাৰ চিটিয়ে দেওবাৰে ৱেষ্ট হেম ইউনাইটেডক ৩-১ গ’লত পৰাস্ত কৰি তেওঁলোকৰ একেৰাহে চতুৰ্থটো প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰে। মেচখনত মানচেষ্টাৰ চিটিয়ে আক্ৰমণাত্মক আৰম্ভণি কৰে আৰু কেৱল ৭৯…
Latest নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ May 15, 2024 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত…
Latest মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে May 15, 2024 Sonakshi Sarkar ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল,…