Author: Sonakshi Sarkar

লোকসভাৰ অস্থায়ী অধ্যক্ষৰূপে শপত ভৰ্তুহৰি মাহতাবৰ

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে সোমবাৰে পুৱা ভৰ্তুহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰোৱায়। অস্থায়ী অধ্যক্ষ পদৰ বাবে মাহতাবৰ নামটো বহু বিতৰ্কত আছিল। মাহতাবে ২৪ জুনৰ পৰা আৰম্ভ হোৱা…

দ্ৰুত দবাত শীৰ্ষত  চন্দন কুমাৰ দাস

গোৱালপাৰাত অনুষ্ঠিত সদৌ অসম মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান দখলৰ কৃতিত্ব অৰ্জন কৰাৰ পিছত এইবাৰ ২০ জুনত গুৱাহাটীত ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ দবাৰুৱে অংশগ্ৰহণ কৰা মুকলি দ্ৰুত দবা…

কেওঁটকুছি মজলীয়া বিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস

বৰপেটা শিক্ষাখন্ডৰ বাৰাদি মন্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত কেওঁটকুছি মজলীয়া বিদ্যালয়ত যোগ দিৱস পালন কৰা হয় ৷ যোগ দিৱস উপলক্ষে বাৰাদি মন্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক কনজিৎ কুমাৰ দাসে অষ্টম শ্ৰেণীৰ…

আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ…

গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি

শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ শংকৰদেৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী দাসে ২০২৩-২৪ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ Centre for cultural Resources and Training , New Delhi (CCRT) ৰ দ্বাৰা সত্ৰীয়া নৃত্যত…

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বাংলাদেশ, শ্ৰীলংকা, ভূটানৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। এনে পৰিস্থিতিত, বিজেপি শপত গ্ৰহণ অনুষ্ঠানটো বিশাল কৰাত ব্যস্ত হৈ পৰিছে। অনুষ্ঠানটোত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, চলচ্চিত্ৰ ব্যক্তিত্ব, উদ্যোগপতি, চুবুৰীয়া দেশৰ…

ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

ওড়িশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত শাসনত থকা বিজু জনতা দল (বিজেডি) এ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। য’ত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ইফালে, বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কে পৰাজয়ৰ…

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান…

২ জুনতে আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক মোক্ষম আঘাতৰ সন্মুখীন হয়। তেওঁ ২ জুনতে কাৰাগাৰলৈ উভতিব লাগিব, কিয়নো তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে। উচ্চতম ন্যায়ালয়ে তেওঁৰ অন্তৱৰ্তীকালীন…