Assam অসমত এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিতঃ ধেমাজিত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী হুংকাৰ April 1, 2026 Paromita অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখৰ বিশাল জনসভাত তেওঁ বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে,…
Assam নিৰ্বাচনৰ প্ৰাকক্ষণত মানকাচৰৰ ৰাজনীতিত নতুন মোৰ: কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ April 1, 2026 Paromita অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ পূৰ্বে পুনৰ দল সলনি কৰিলে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। মঙলবাৰে এনপিপি এৰি কংগ্ৰেছত যোগদান কৰে আমিনুলে। শেহতীয়া খবৰ অনুসৰি, বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে নেশ্যনেল পিপলছ পাৰ্টিত যোগদান…
Assam অসমত নিৰ্মাণ হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনলৈ কঢ়িয়াই আনিব বৈপ্লৱিক পৰিৱৰ্তনঃ নৰেন্দ্ৰ মোদী April 1, 2026 Paromita অনাগত সময়ত অসম কেৱল চাহৰ বাবেই নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ বা চিপ উৎপাদনৰ কেন্দ্ৰ হিচাপেও বিশ্ব দৰবাৰত পৰিচিত হ’ব অসম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
Assam শীঘ্ৰে ৰাজহুৱা হ’ব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ১২ হাজাৰ বিঘা মাটিৰ তথ্যঃ যোৰহাটত গৌৰৱ গগৈৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ April 1, 2026 Paromita ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ তথা এপচিচিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা ১২ হাজাৰ বিঘা ভূমিৰ গোপন তথ্য…
Assam বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত আকাশলংঘী বৃদ্ধি; ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকলৈ সাময়িক সকাহ April 1, 2026 Paromita বিশ্বজুৰি শক্তি খণ্ডত অব্যাহত থকা তীব্ৰ সংঘাতৰ মাজতে বুধবাৰে ১৯৫.৫০ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ ফলত খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ…
Assam ৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল March 31, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা…
Assam নিজ ঘৰখনতে পুনৰ জনম ৰাজা ৰঘুবংশীৰ! এবছৰ পূৰ্বে শ্বিলঙত পত্নীয়ে কাঢ়িছিল প্ৰাণ March 31, 2026 Paromita পুনৰ উভতি আহিছে ৰাজা! হানিমুনলৈ গৈ শ্বিলঙত পত্নীৰ হাততে প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ এতিয়া পুনৰ জন্ম হোৱা বুলি চৰ্চা চলিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। দেওবাৰে ৰাজাৰ ককায়েক শচীন ৰঘুবংশীৰ ঘৰত এটি পুত্ৰ…
Assam নিৰ্বাচনৰ পাছতে পুনৰ উন্মোচিত হ’ব গৌৰৱ গগৈৰ পাক সম্পৰ্কৰ তথ্যঃ মুখ্যমন্ত্ৰী March 31, 2026 Paromita অসম নিৰ্বাচনৰ উত্তাপ বৃদ্ধি কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগ আৰু অজ্ঞাত বিদেশী সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী…
Assam নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সাফল্য; হেৰ’ইনসহ কাছাৰত দুই সৰবৰাহকাৰীক আটক March 31, 2026 Paromita সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু অসম ৰাইফলছে। কাছাৰ জিলাত নিশা এক অভিযান চলাই অভিযানকাৰীয়ে ৭ কোটি টকাৰ…
Assam নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ March 30, 2026 Paromita নেপালৰ নতুন স্বাস্থ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচিলে দিল্লী এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতাই। দিল্লীস্থ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ নাৰ্ছিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ এই বিৰল কৃতিত্বই এতিয়া…