Author: news editor

কংগ্ৰেছৰ দ্বীপ বায়ন নহয়, বৰপেটাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰ

সন্মুখত লোকসভা‌ নিৰ্বাচন। নিজ নিজ সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ‌ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।‌ ইয়াৰ মাজতে কালি ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পুৰণি হাজো সমষ্টি তথা বৰ্তমানৰ হাজো-শুৱালকুছিত সমষ্টিত উপস্থিত হয়…

বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ প্ৰতিস্থা দিৱসত “শ্ৰীকৃষ্ণ লীলা” দ্বিতীয় শীৰ্ষক চলচিত্ৰৰ শুভ মহুৰত

অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া মঞ্জুলা ভট্ৰাচায্যৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুস্থানটিত সমবেত সংগীত, সত্ৰীয়া নৃত্য ,গীত ,কবিতা পাঠ আদি ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতা…

এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছে যে এপ্ৰিলৰ পৰা জুনমাহলৈ অত্যাধিক হিটৱেভৰ সংখ্যা বৃদ্ধি পাব। একে সময়তে, দেশৰ কিছু অংশত বৰষুণ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই পূৰ্বানুমানই…

বিশ্বৰ তৃতীয় আটাইতকৈ শক্তিশালী সামৰিক শক্তি হোৱাৰ দিশত ভাৰত

ভাৰতে এই বছৰ তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট ৬.২১ লাখ কোটিলৈ বৃদ্ধি কৰিছে। যোৱা বছৰ এই বাজেট ৫.৯ লাখ কোটি আছিল। আগন্তুক ৬ বছৰত ১৩২.২৬ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা বাজেটৰ সৈতে, ভাৰতৰ সেনা…

পেৰিছ অলিম্পিকত পুনৰ স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্য নীৰজ চোপ্ৰাৰ

বৰ্তমানৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ১০ মে’ত প্ৰতিষ্ঠিত ডায়মণ্ড লীগ শৃংখলাৰ দোহা লেগত তেওঁৰ ছিজন আৰম্ভ কৰিব। ২৬ বছৰীয়া চোপ্ৰাই চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ…

তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আফস্পাৰ ম্যাদ ছয় মাহলৈ বৃদ্ধি

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)( আফস্পা) ৰাজ্যৰ চাৰিখন জিলাত ছয় মাহলৈ ম্যাদ বৃদ্ধি কৰিছে। এই চাৰিখন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। চৰকাৰে কয় যে…

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱতকৈ ধনী তেওঁৰ পত্নী

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিপ্লব কুমাৰ দেৱে এইবাৰ ত্ৰিপুৰা পশ্চিম আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ত্ৰিপুৰা পশ্চিমত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত…

১ এপ্ৰিলৰ পৰা ইউ.পি.আই মাধ্যমৰে ৰে’লৰ টিকট ক্ৰয় কৰিব পাৰিব যাত্ৰীয়ে

দ্ৰুতগতিত বিকশিত হোৱা বিশ্বই প্ৰযুক্তিৰ সৈতে আগবাঢ়িব ধৰিছে। ভাৰতে ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত যথেষ্ট দক্ষতা অৰ্জন কৰিছে। এতিয়া ৰে’লৱেই ১ এপ্ৰিলৰ পৰা এই কৌশলটো কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য…

তামুলপুৰত কচুবাৰীত সাগৰিকা বিহুৱা দলৰ আখৰাৰ শুভাৰম্ভ

তামুলপুৰ জিলা সদৰস্থ কচুবাৰীৰ অন্যতম সাংস্কৃতিক গোষ্ঠী সাগৰিকা বিহুৱা দলটি এইবাৰ বিহুতলিৰ বাবে ন ৰূপত সাজু হৈ ওলাইছে ৷ সাগৰিকা বিহুৱা দলৰ বিহুৱা ৱিহুৱতী সকল আজিৰে পৰা বাপটি সাহোন ব’হাগৰ…

খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ  ৰাউণ্ড ২,

আজিৰেপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচীৰে আজি ২৯ মাৰ্চত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হৈছে। ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়া…