Author: news editor

ভাৰতীয় পৰ্যটকৰ বাবে দেশৰ আন চহৰৰ তুলনাত সৰ্বাধিক পছন্দৰ ভ্ৰমণ স্থান শ্বিলং

ভাৰতীয় পৰ্যটকসকলে ২০২৫ চনত ভ্ৰমণ কৰিবলৈ মেঘালয়ৰ ৰাজধানী শ্বিলংক তেওঁলোকৰ আটাইতকৈ পছন্দৰ গন্তব্য স্থান হিচাপে বাছনি কৰিছে। এইটো গোলকীয় ভ্ৰমণ এপ ‘স্কাইস্কেনাৰ’ৰ বাৰ্ষিক ‘ট্ৰেভেল ট্ৰেণ্ডছ ৰিপ’ৰ্ট’ত প্ৰকাশ পাইছে। শেহতীয়াকৈ প্ৰকাশিত…

ইউকেৰ গ্লাছগোত অনুষ্ঠিত হ’ব ২০২৬ৰ কমনৱেলথ গেমছ

২০২৬ চনত ইউকেৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ পৰা বহুতো ক্ৰীড়া আঁতৰোঁৱা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি পৰৱৰ্তী কমনৱেলথ গেমছত অন্তৰ্ভুক্ত নহ’বলগীয়া ক্ৰীড়াসমূহৰ ভিতৰত আছে হকী, স্কোয়াছ, ৰাগবি-৭এছ, ক্ৰিকেট, বীচ ভলীবল,…

কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ ৫০ শতাংশ অংশ ক্ৰয় আদাৰ পুনাৱালাৰ

আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব কৰিছে। আদাৰ পুনাৱালাই ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে, পুনাৱালাই ধৰ্মা প্ৰডাকচনৰ ৫০ শতাংশ অংশ…

মাতৃৰ সৈতে গুৱাহাটীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত তামান্না ভাটিয়া

বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সোধা-পোছা কৰে। তামান্না ভাটিয়াক এই গোচৰত…

১৯৭১ চনৰ ২৫ মাৰ্চই হ’ব অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতা বজাই ৰাখিছে। মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে অসম চুক্তি…

ভাৰত-কানাডাই এখনে আনখন দেশৰ উচ্চায়ুক্তক দেশ ত্যাগ কৰাৰ নিৰ্দেশ

যোৱা বছৰ জুনত কানাডাৰ নাগৰিক তথা খালিস্তানি নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিছত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই হত্যাকাণ্ডত ভাৰত জৰিত আছে বুলি অভিযোগ তুলিছিল। ভাৰতে সেই অভিযোগ অস্বীকাৰ কৰিছিল। আৰু…

ভিজিটৰ ভিছা লৈ বিদেশলৈ যোৱা অসমৰ ৯২ জন সন্ধানহীন

২০২২ৰ জানুৱাৰী পৰা ২০২৪ চনৰ মে’ মাহলৈ ভিজিটৰ ভিছাত কম্বোডিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনাম ভ্ৰমণ কৰা ৭৩,১৩৮ জন ভাৰতীয়ৰ ভিতৰত ২৯,৪৬৬ জন এতিয়াও উভতি অহা নাই। ইয়াৰে আধাতকৈ অধিকৰ (১৭,১১৫)…

৭০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিব “দাদাচাহেব ফালকে বঁটা”

‘মৃগয়া’, ‘সুৰক্ষা’ আৰু ‘ডিস্কো ডান্সাৰ’ৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটাৰ বাবে মনোনীত কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী…

২০২৪ত ভাৰতৰ জিডিপিত ২১.১৫ ট্ৰিলিয়ন টকাৰ অৰিহণা যোগাব পৰ্যটন খণ্ডই

অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে সকলোৰে বাবে দায়িত্বশীল, বহনক্ষম…

স্বাস্থ্যৰ বাবে হানিকাৰক পেৰাচিটামল, কেলচিয়াম আৰু ভিটামিন ডি টেবলেট

কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ’) তেঁওলোকৰ শেহতীয়া প্ৰতিবেদনত এনে কিছুমান ঔষধৰ নাম প্ৰকাশ কৰিছে, যিবোৰ সাধাৰণতে চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে, এই ঔষধবোৰ মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। মানদণ্ড…