Author: Mohini

আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মনোনয়নৰ পূৰ্বে মাতৃৰ আশীৰ্বাদ ললে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰৰ পৰা বিশাল ৰেলীৰে আহি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে। এই ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীক সংগ…

সাতদিনলৈ বিহু অনুষ্ঠানৰ মঞ্চ অংশ নলয় মানস ৰবীনে

এইবাৰ বিহুত কন্ঠশিল্পী মানস ৰবীনক সাত বিহুলৈ মঞ্চত দেখা নাপায়। কিয়নো তেওঁ বিহুৰ সাতদিনলৈ বিহু অনুষ্ঠানৰ মঞ্চ অংশ নলয়। বুধবাৰে সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ছয়মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা ছয়মাহে হ’ল। আজি কাহিলীপাৰা বাসগৃহত নাম প্ৰসংগ বৈদিক নীতি নিয়মৰ মাজেৰে প্ৰাণৰ শিল্পী গৰাকীৰ ছয়মহীয়া মৃত্যু তিথি পালন পৰিয়ালে। পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন…

ডাইকিন ইণ্ডিয়াক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ডাইকিন ইণ্ডিয়াক শেহতীয়াকৈ সৰ্বাধিক শক্তি-দক্ষ কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা ২০২৫ৰে সন্মানিত কৰে। ডাইকিন ইণ্ডিয়াই তৃতীয় বাৰৰ বাবে এই স্বীকৃতি লাভ কৰিছে। জাপানৰ ডাইকিন…

অহা পাঁচ দিনলৈ ৰাজ্যত হব ধুমুহা বৰষুণ

অহা পাঁচ দিনলৈ ৰাজ্যত ধুমুহা বৰষুণ বিজুলী ধেৰেকণী হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান…

পুণৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। প্ৰধানমন্ত্রী মোদী দুদিনীয়াকৈ আৰু অমিত শ্বাহে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্রীয়ে ১৩ মাৰ্চৰত উপস্থিত হৈ…

অতি শীঘ্ৰেই ৰাইজৰ সেৱাত মুকলি হ’ব নৱনিৰ্মিত গুৱাহাটী পৌৰ সেৱা ভৱন

অতি শীঘ্ৰেই ৰাইজৰ সেৱাত মুকলি হ’ব নৱ নিৰ্মিত গুৱাহাটী পৌৰ সেৱা ভৱনৰ কাৰ্যালয়। আজি কাৰ্যালয়টো পৰিদৰ্শন কৰে মেয়ৰ মৃগেন শৰণীয়াই। বেতকুছিস্হিত নৱ নিৰ্মিত কাৰ্যালয়টো পৰিদৰ্শন কৰি মেয়ৰ মৃগেন শৰণীয়াই সামাজিক…

দিছপুৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ

দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। বিধায়িকা শিৱামণি বৰা ,দিগন্ত বৰ্মন, মিডিয়া আহ্বায়ক বেদব্ৰতা বৰাৰ এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ ‘এক্স’হেণ্ডলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ এ আই…

শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট

শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল কৰা আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰোচনসমূহৰ যৌথ মঞ্চই অহা ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট আহ্বান দিছে।…

১০৮ খুন্দাত নিহত যুৱতী

সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত যুৱতী। থিতাতে নিহত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ(২২)। দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা(২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত…