Author: editor

২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’

২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…

মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…

ইউএনএলএফ-পিৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পি (ইউএনএলএফ-পি)ৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোকৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে অসম ৰাইফলছ দলৰ সন্মুখত আত্মসমৰ্পণ কৰে। বিষয়াই এই কথা…

নগৰবেৰাত বান্দৰক হত্যা

নগৰবেৰাৰ দোকুচি পুখুৰীপাৰা গাঁৱত দুদিনমানৰে পৰা দুৰ্গন্ধত বাহিৰলৈ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাত গাওঁৰ একাংশ লোকে অনুসন্ধান কৰি বিচাৰি পালে দুৰ্গন্ধৰ প্ৰকৃত উৎস। ঘটনা অনুসৰি প্ৰকাণ্ড বান্দৰ এটাৰ ডিঙিত এডাল…

এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক…

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক ‘ন্যায় পাত্ৰ ২০২৪’ বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক…

শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন…

কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও…

আইডব্লিউএফ বিশ্বকাপত অংশ ল’ব মীৰাবাঈ চানুৱে

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানুৱে ছয় মাহৰ আঘাতৰ বিৰতিৰ পিছত আইডব্লিউএফ বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰিব। বিশ্বকাপ কেৱল অন্তিমখন কোৱালিফাইং টুৰ্ণামেণ্ট নহয়…

পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি

নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা…