Assam Crime মণিপুৰৰ কাকচিং জিলাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ January 1, 2026 editor গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা মণিপুৰৰ নিৰাপত্তা পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ কাকচিং জিলাৰ পৰা আৰক্ষীয়ে ছটাকৈ আগ্নেয়াস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক…
Political নতুন বছৰটোক উলহ-মালহেৰে আদৰণিঃ দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ January 1, 2026 editor বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই আজি এক আনন্দঘন পৰিৱেশৰ মাজেৰে আদৰণি জনাইছে ২০২৬ বৰ্ষক। বছৰৰ প্ৰথমটো পুৱাতে দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুষ্ঠানৰ পৰা পৰ্যটনস্থলীলৈকে জনসাধাৰণৰ উলাহ দেখিবলৈ পোৱা গৈছে। এই পবিত্ৰ…
Health মানৱ শৰীৰৰ গঠনক লৈ বৈজ্ঞানিক বিপ্লৱ September 27, 2025 editor মানৱ শৰীৰৰ গঠন আৰু কাৰ্যপদ্ধতিৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এটা ডাঙৰ অগ্ৰগতি ঘটিছে। নেদাৰলেণ্ডছ ক্যান্সাৰ ইনষ্টিটিউটৰ গৱেষকসকলে মানুহৰ গলাৰ ভিতৰত লুকাই থকা এটা নতুন ধৰণৰ লালাগ্ৰন্থি আৱিষ্কাৰ কৰিছে, যাৰ বিষয়ে…
Health জ্বৰ নামিব নোৱাৰিলে চিকিৎসালয়লৈ যাওঁক তত্ক্ষণাত September 26, 2025 editor বৰ্তমান সময়ত বহু ৰোগীয়ে চিকিৎসালয়ত ভিৰ জমাইছে, যাৰ জ্বৰ সাধাৰণ পেৰাছিটামলৰ দৰে ঔষধে সহজে নামিব পৰা নাই। চিকিৎসকে কয়, ইয়াৰ কাৰণ ঔষধৰ অকাৰ্যক্ষমতা নহয়, বরঞ্চ ভাইৰাছ সংক্রমণৰ প্ৰকৃতি আৰু ৰোগীৰ…
Health মহিলাই অধিক বিষ অনুভৱ কৰে: বৈজ্ঞানিক গৱেষণাৰ তথ্য September 26, 2025 editor বহু পুৰুষে নিজৰকেই ‘শক্তিশালী’ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, আৰু মহিলাক ‘দুৰ্বল’ বুলি আখ্যা দিয়া সমাজত বহু পুৰণি ধাৰণা। কিন্তু এই বিষয়টো লৈ বিজ্ঞান কি কয়, সেইটো জানিলে বহুতে হয়তো…
Health মদ্যপান নহয়, সংযমেই হ’ল হৃদ্ৰক্ষা! September 25, 2025 editor বিশ্বখ্যাত কাৰ্ডিঅ’লজিষ্ট তথা হৃদ্পিন্ড প্ৰতিস্থাপন চৰ্জন ড° দিমিত্রি ইয়াৰানৱে সাম্প্ৰতিকভাৱে এখন ইনষ্টাগ্ৰাম ভিডিঅ’ৰ জৰিয়তে দীৰ্ঘদিন ধৰি মদ্যপান কৰাৰ ফলত হ’ব পৰা ভয়ংকৰ স্বাস্থ্যঝুঁকিৰ বিষয়ে সতর্ক কৰিছে। ভিডিঅ’টোত তেওঁ কয় যে…
Latest বীনা ইংতিপিৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ, পথ অৱৰোধ August 25, 2025 editor ১৪ আগষ্টত ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ সমীপৰ এখন হাবিত মৃত অৱস্থাত উদ্ধাৰ হোৱা ৪৮ বছৰীয়া বীনা ইংতিপিৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত…
Business প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ আগবঢ়াইছে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে October 10, 2024 editor হুণ্ডাই মটৰ গ্ৰুপৰ অন্যতম অংশ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড(“কোম্পানী”)-এ ২০২৪ৰ ১৫ অক্টোবৰ, মঙলবাৰে ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ(“প্ৰস্তাৱ”)সমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড হৈছে চিৱাই২০২৩ত যাত্ৰীবাহী…
Sports আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা August 19, 2024 editor আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৭২ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছেগুৱাহাটীৰ আয়ান ৰছিদ আৰু ময়ুৰী বৰ্মনে ৷…
Sports ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা August 19, 2024 editor ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ব্ৰঞ্জ জয় কৰি আয়োজক ৰাজ্যখনক একমাত্ৰ সফলতা দিবলৈ সক্ষম হৈছে৷ সামৰণি…