Business গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি April 9, 2024 Dipshikha গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত…
Business মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ April 9, 2024 Dipshikha মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী…
Business ভয়ংকৰ নাও দুৰ্ঘটনা April 8, 2024 Dipshikha মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ…
Business হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ April 7, 2024 Dipshikha ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ। ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট। ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী। ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।
Business আমিনগাঁৱত STFৰ অভিযান April 6, 2024 Dipshikha আমিনগাঁৱত STFৰ অভিযান। ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামে মছজিদত চলিছে STFৰ অভিযান। কেইদিনমান পূ্ৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। তৌছিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মছজিদটোলৈ।
Business মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে April 5, 2024 Dipshikha মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে।উল্লেখযোগ্য যে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷ কাপোৰৰ বেগৰ…
Business কাজিৰঙাত দর্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ April 4, 2024 Dipshikha কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা। ২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক। বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী…
Business ৰাহুল গান্ধীৰ হাতত নগদ হাজাৰ হাজাৰ টকা টকা জমা আছে April 4, 2024 Dipshikha ৫৫ হাজাৰ নগদ ধন জমা আছে ৰাহুল গান্ধীৰ হাতত। দুটাকৈ বেংক একাউণ্টত জমা আছে ২৬.২৫ লাখ টকা। ৰাহুল গান্ধীৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৯.২৪ কোটি আৰু ১১.১৪ কোটি। ৱায়ানাড…
Business লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই April 3, 2024 Dipshikha লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ বিৰুদ্ধে ৰণত নামিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। সামাজিক মাধ্যমযোগে ঘোষণা…
Business জম্মু-কাশ্মীৰৰ কাঠুৱাত গুলীচালনা April 3, 2024 Dipshikha জম্মু-কাশ্মীৰৰ কাঠুৱাত নিশা গুলীচালনা। আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰটোৰ নাম বাসুদেৱ। সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত প্ৰশিক্ষণৰত আৰক্ষী বিষয়া দীপক শৰ্মা। চিকিৎসাধীন অৱস্থাত আজি মৃত্যু PSI দীপক শৰ্মাৰ। কাঠুৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত…