Author: Dipshikha

ইলন মাস্কৰ নতুন অভিলেখ

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ নতুন অভিলেখ। ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিণত হ’ল ইলন মাস্কৰ। ২০২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে ৪০০ বিলিয়ন ডলাৰ সম্পত্তি…

সপোন পূৰণত বাধা মাজুলীবাসীৰ

মাজুলী-যোৰহাট সংযোগী এখন দলং মাজুলীবাসীৰ দীৰ্ঘদিনৰ এক সপোন। কিন্তু পুনৰ আন এক সমস্যাই গা কৰি উঠিছে মাজুলী- যোৰহাট সংযোগী দলঙক লৈ। কিয়নো দলং নিৰ্মাণ কামৰ পৰা অব্যাহতি দিয়া হ’ল ঠিকাদাৰক।দলং…

চিনেমা কায়দাৰে অপহৰণ

ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক। গ্ৰাহকৰ ৰূপত আহি অপহৰণ কৰিলে ব্যৱসায়ীক।দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ।চাইৰেনযুক্ত এম্বুলেন্স ব’লেৰো বাহনত অহা ৪-৫ জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা…

আন এক ভয়ংকৰ গুলীচালনা

পঞ্জাৱৰ স্বৰ্ণমন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, বুধবাৰে…

পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য

একেৰাহে তৃতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। আজি অৰ্থাৎ ২০২৪ চনৰ ৩ ডিচেম্বৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০০ টকা কমিছে।৩ ডিচেম্বৰ মঙলবাৰে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য…

ৰাজ্যত হ’ব আলুৰ নাটনি

শীঘ্ৰেই ৰাজ্যত আলুৰ নাটনিৰ সম্ভাৱনা। স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তত্পৰ পশ্চিমবংগ চৰকাৰৰ। পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশ। পশ্চিমবংগ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্ট…

আজি কৃষকে কঁপাইছে ৰাজধানী দিল্লী

হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আজি দেশৰ ৰাজধানীত গঢ়ি তুলিব ব্যাপক আন্দোলন। দীৰ্ঘদিনে কৰি অহা কেইবাটাও দাবী পূৰণ নকৰাৰ অভিযোগত আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে।আজি নয়দাৰ…

বন বিভাগৰ জালত ২চোৰাং চিকাৰী

গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা…

নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি

পাকিস্তানত ‘শ্বুট এট ছাইট’ অৰ্ডাৰ জাৰি। নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল ইছলামাবাদ। আৰক্ষী আৰু ৰেঞ্জাৰৰ ওপৰত আক্ৰমণ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ…

দীর্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব

দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ…