Author: Dipshikha

ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ পথ দু*ৰ্ঘটনা

ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। CNG পৰিবাহী ট্ৰাক আৰু LPG ভৰ্তি ট্ৰাকৰ মাজত খুন্দা। দুৰ্ঘটনাত নিহত ৫জন লোক, ২৪জনৰো অধিক লোক আহত। সংঘৰ্ষৰ পাছতে বিস্ফোৰিত হয় CNGভৰ্তি ট্ৰাকখন। তাৰ পাছতে…

আর্জেন্টিনাত বিমান দু*ৰ্ঘটনা

আৰ্জেণ্টিনাত বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে ছান ফাৰনাডো বিমান বন্দৰত দুৰ্ঘটনাগ্ৰস্ত বিমান। দুৰ্ঘটনাত বিমানৰ পাইলটৰ লগতে সহ-পাইলটৰো মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত বম্বাৰডিয়াৰ চেলেঞ্জাৰ-300 বিমান। আৱাসিক অঞ্চলত ভূপতিত হয় বিমানখন।

অসম আৰক্ষীৰ বৃহৎ সফলতা

মহানগৰীৰ চাইকেল ফেক্টৰীৰ সমীপত অভিযান বশিষ্ঠ আৰক্ষীৰ। এটা ডেম্পৰ পৰা উদ্ধাৰ বহু চুৰি সামগ্ৰী। ৪০ কেজি তামৰ তাঁৰ, পিতল, ৩০ কেজি এচি পাইপ উদ্ধাৰ। ছেনিটেৰী সামগ্ৰীৰ লগতে ঘৰুৱা বাচন-বৰ্তনো উদ্ধাৰ।…

অন্তিমটো জামিন লাভ কৰিলে চুমি বৰাই

CBIৰ অন্তিমটো গোচৰত জামিন লাভ চুমি বৰাৰ। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে চুমি। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন। জামিন পালেও কাৰাবন্দী…

সংকটত বাংলাদেশ

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পৰিছে সংকটত। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা। ১৯৭১ চনৰ ১৬…

আৰক্ষীক আ*ক্ৰমণ ড্ৰাগছ মাফিয়াৰ

তিতাবৰত আৰক্ষীক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী। চোকা অস্ত্ৰৰে আক্ৰমণ চলায় এজন কনিষ্টবলক। আৰক্ষীক আক্ৰমণ কৰা দুটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ ৰফিক আলী, ঋতু আহমেদক। গোলাঘাট নাহৰণিৰ…

ক্ৰিকেট শিবিৰৰ পৰা আহিল ডাঙৰ আপডেট

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট ব্ৰিজবেনত চলি আছে। বৰ্তমান শৃংখলাৰ ফলাফল ১-১। গব্বা টেষ্টৰ পাছতো আছে আৰু দুখন টেষ্ট। তাৰ পূৰ্বে ভাৰতীয় শিবিৰৰ পৰা আহিছে এক ডাঙৰ আপডেট।তৃতীয় টেষ্টৰ…

হাতী মানুহৰ এক ব্যতিক্ৰমী দৃশ্য

তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ…

বিদ্যালয়ৰ পিছত এইবাৰ RBIলাভ কৰিলে বোমা ভাবুকি

দিল্লীৰ বিদ্যালয়সমূহৰ পিছত, এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰিছে বোমাৰ ভাবুকি। ভাবুকিভৰা মেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছে। মেইলটো পোৱাৰ লগে লগে এক আলোড়নৰ সৃষ্টি হৈছিল। তাৰ পাছতে আৰক্ষীয়ে অজ্ঞাত…

ৰেল বিভাগৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ

ৰেল বিভাগৰ বিৰুদ্ধে ৰঙিয়াত সহস্ৰাধিক লোকৰ প্ৰতিবাদ । ৰেল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী সমদল । সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, নাগৰিক মঞ্চ,…