Author: Dipshikha

উত্তৰ প্ৰদেশত শোকাৱহ পথ দুর্ঘটনা

উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত হৈছে সংঘৰ্ষ । য’ত দুয়োখন বাহনৰ আৰোহীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।দুৰ্ঘটনাস্থলীত ১৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও…

খেলৰ পৰা বিদায় ল’ব বিনেশ ফোগাট আৰু বজৰং পুনিয়াই

ক্ৰীড়াক্ষেত্ৰৰ পৰা বিদায় ল’ব মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই। বিনেশ ফোগাট আৰু বজৰং পুনিয়াই বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে। ধাৰণা কৰা হৈছে যে মল্লযোদ্ধাসকলে অচিৰেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত…

দুলীয়াজানত ভয়ংকৰ ঘটনা

দুলীয়াজানৰ ৰাজপথত অঘটন। দাওদাওকৈ জ্বলি উঠিল এখন চলন্ত বাহন। দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখতে এই ঘটনা। অসম গেছ কোম্পানীৰ অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপণ। কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকজনৰ। জানিব পৰা মতে চালকজন…

লাভলীনাক অভিনন্দন মুখ্যমন্ত্ৰীৰ

পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক মঙলবাৰে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভোগেশ্বৰ বৰুৱাৰ…

কলকাতা কাণ্ডৰ নতুন মোৰ

দেশ জোকাৰি যোৱা আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে। সন্ধিয়া ছল্ট লেকৰ চি…

নিৰাপত্তা বাহিনীৰ সফলতা

অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে কাংপকপি জিলাৰ দুটা স্থানত অভিযান চলাই এখন ড্ৰোণসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অভিযানৰ সময়ত খাইৰাম ভাইফেই…

ৰাজস্থানত ভয়ংকৰ দুর্ঘটনা

ৰাজস্থানৰ বাড়মেৰত সোমবাৰে নিশা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ কাৱাছৰ সমীপত যান্ত্ৰিক বিজুতিৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। যুঁজাৰু বিমান দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে নাগাণা আৰক্ষী…

গুজৰাটত বানৰ তাণ্ডৱ

গুজৰাটত বানৰ তাণ্ডৱ! ২৬জন লোকৰ মৃত্যু, ১১খন জিলাত ৰেড এলাৰ্ট।গুজৰাটত বৰষুণ আৰু বানপানীৰ ফলত বিগত ৩ দিনত প্ৰায় ২৬জন লোকৰ মৃত্যু হৈছে। ২৪খন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বহুতো এলেকা…

পুনৰ ৩জন সন্ত্ৰাসবাদীৰ মৃত্যু

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনিটা পৃথক স্থানত চলোৱা অভিযানত ৩ সন্ত্ৰাসবাদী নিহত হৈছে। কুপৱাৰাৰ মাচিলত নিৰাপত্তাৰক্ষীয়ে ২জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ সময়ত টাংধৰত এজন সন্ত্ৰাসবাদী নিহত হৈছে। একে সময়তে ৰাজৌৰীত অব্যাহত আছে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

ঝাৰখণ্ডৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, ঝাৰখণ্ডৰ প্ৰাক্তন…