Author: Dipshikha

আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাটিডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব…

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্য়স্ততা । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে…

নিজৰ দেশতে বিমান আক্ৰমণ ম্যানমাৰ সেনাৰ

ম্যানমাৰত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আউং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰৰ পৰা সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা পৰিস্থিতি অস্থিৰ হৈ পৰিছে। শান্তিপূৰ্ণ বিক্ষোভক মাৰাত্মক শক্তিৰে শেষ কৰাৰ পিছত…

উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ

উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ । দেওবাৰে পুৱা ৮ বজাৰ পৰা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নন’কে জাপৰিগুৰিত থকা ১৭৫ বিঘা চৰকাৰী ভি জি আৰ ভূমিত চলিল…

মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ

মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ । নগাৰ গুলীত আহত এজন ।মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । পিকনিক খাবলৈ যোৱা যুৱকলৈ লক্ষ্য কৰি নগাৰ গুলীচালনা । পিকনিকৰ…

বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা

দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা কৰে। এক মিনিটৰ চিচিটিভি ক্লিপটোত দেখা গৈছে যে, পুৱা প্ৰায় ৫:৩০ বজাতএলভিছ যাদৱৰ ঘৰৰবাহিৰত ৩…

অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী

অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, এই ভ্ৰমণৰ সময়ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক আখ্যান…

নগাঁৱত ভয়ংকৰ ঘটনা

নগাঁৱত ভয়ংকৰ ঘটনা । বাইকৰ হৰ্ণ বজোৱাৰ বাবেই যুৱকৰ ওপৰত ভয়ংকৰ আক্ৰমণ । নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াঘৰৰ পৰা সন্ধিয়া ওলাই গৈছিল জন্মিদনৰ বজাৰ কৰিবলৈ । কিন্তু বজাৰত গৈ উদণ্ড যুৱকৰ ভয়ংকৰ…

কোনখন ৰাজ্যৰ লোকে মদ্যপান বেছি কৰে?

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। দেশৰ এক বৃহৎ অংশ এতিয়া সুৰা আসক্ত। কিন্তু আপুনি জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে?কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল…

বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই

ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ…