Business এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ দ্বিতীয় ঘটনা August 20, 2025 Dipshikha এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত…
Business GMCHত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে August 20, 2025 Dipshikha GMCHত চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।ঘটনাৰ পিছতে উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। ঘটনা সন্দৰ্ভত…
Business উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ August 20, 2025 Dipshikha প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বুধবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে…
Business উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া August 19, 2025 Dipshikha এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া। পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে…
Business ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন August 19, 2025 Dipshikha অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসকীয় এন ডি এই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। কিন্তু বিৰোধী পক্ষই কাক প্ৰক্ষেপ কৰিব, তাক লৈ সৃষ্টি হৈছিল…
Business মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ August 19, 2025 Dipshikha মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি তেওঁলোক আটাইকে…
Business বহু গুণৰে সমৃদ্ধ সকলোৰে প্ৰিয় আলু August 19, 2025 Dipshikha আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা…
Business এক অনাকাংক্ষিত ঘটনা August 18, 2025 Dipshikha এক অনাকাংক্ষিত ঘটনা। জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। এই ঘটনাই চিকিৎসা মহাবিদ্য়ালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি NICU ত ভৰ্তি হৈ আছিল।জানিব পৰা মতে,…
Business এক ভয়ংকৰ পথ দুৰ্ঘটনা August 18, 2025 Dipshikha এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষী বিষয়াই। জানিব পৰা মতে, এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই ৰিছা শৰ্মা নামৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে। উপ-পৰিদৰ্শকগৰাকীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ…
Business নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে August 18, 2025 Dipshikha নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে শেহতীয়া কিছুদিনত নক্সালবাদৰ বিৰুদ্ধে জোৰদান অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বৰ্ষৰ মাৰ্চ…