Author: Dipshikha

বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া

বিগত কিছুদিনত ভাৰত–বাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক।এইবাৰ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ…

আপুনি জানেনে কিচমিচৰ উপকাৰিতা

সকলোৱে জানে যে কিচমিচ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচত বহুতো পুষ্টি থাকে, যাৰ ভিতৰত আছে আঁহ, ভিটামিন আৰু খনিজ। কিচমিচত চেনি আৰু কেলৰিও বেছি আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু…

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল। ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই।এতিয়া চিৰদিনৰ বাবে ২২ গজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পূজাৰাই…

ভাৰতীয় বিমান পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী…

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা । তাৰ মাজতে পৰিষদীয় নিৰ্বাচনৰ বাবে একাধিক বিধায়কৰ নাম অন্তৰ্ভুক্তিৰে ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ ইউপিপিএলৰ…

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘন

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা ভংগ কৰি শুকুৰবাৰে পুৱা এজন লোকে সংসদৰ দেৱালত উঠে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ততালিকে তেওঁক ধৰি…

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি…

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত…

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু, ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও জনাটো অতি গুৰুত্বপূৰ্ণ । যদি সঠিক ইয়াক সেৱন…

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।দ্বিতীয়…