Business দীপাৱলী উদযাপনৰ সময়তেই দুজনক গুলীয়াই হ/ত্যা November 1, 2024 Dipshikha দিল্লীত চাঞ্চল্যকৰ ঘটনা৷ দীপাৱলী উদযাপনৰ সময়তে গুলীয়াই হত্যা দুজনক৷ গুলীচালনাত নিহত ঋষভ শৰ্মা, আকাশ শৰ্মা৷ আকাশ শৰ্মালৈ লক্ষ্য কৰি ৫ জাঁইকৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ৷ গুলীচালনাত আহত আকাশ শৰ্মাৰ পুত্ৰ ১০ বছৰীয়া…
Business পৰ্যটকৰ বাবে ভাল খবৰ October 30, 2024 Dipshikha পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ’ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী…
Business আজি ৰাজ্য কঁপাই তোলা এটা দিন October 30, 2024 Dipshikha ১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।আজি…
Business নলবাৰীত ভয়ংকৰ ঘটনা October 26, 2024 Dipshikha নলবাৰীৰ ককয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ। নৱনীতা দাস নামৰ মহিলাগৰাকীক হত্যাৰ অভিযোগ। ঘটনা সন্দৰ্ভত স্বামী হীৰক নাথক আটক বেলশৰ আৰক্ষীৰ। যৌতুকৰ বাবেই নৱনীতা দাসক হত্যা কৰাৰ…
Business লাখ লাখ কৃষকলৈ ভাল খবৰ October 26, 2024 Dipshikha ৰাজ্যৰ পাঁচ জিলাৰ ১০০ শতাংশ কৃষকে লাভ কৰিছে পিএম কিষাণৰ সুবিধা।প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজক সামৰি লোৱা জিলা কেইখনৰ ভিতৰত আছে মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ…
Business ডিব্ৰুগড়ত পুনৰ অগ্নিকাণ্ড October 24, 2024 Dipshikha ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ।ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ…
Business পুনৰ অপহৰণৰ ঘটনা October 24, 2024 Dipshikha তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ। ১০ মাইলস্থিত ৰাধা চেতিয়া চাহ বাগিচাৰ মহৰীক অপহৰণ। নিশা বাগিচাৰ কেম্পৰ পৰা অপহৰণ মহৰী গৌতম বসুমতাৰীক। গৌতম বসুমতাৰীক কোনো উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ।…
Business বৰপেটাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান October 23, 2024 Dipshikha বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। এনে এক অভিযানত আজি হাউলী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ এজন ড্ৰাগছ মাফিয়া।বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলীৰ…
Business পুনৰ অসম আৰক্ষীক অপেন চেলেঞ্জ October 23, 2024 Dipshikha মহানগৰ আৰক্ষীক আকৌ অপেন চেলেঞ্জ গাড়ী চোৰৰ! এইবাৰ আৰক্ষীৰ পাপা গাড়ীৰ পৰাই পলাল দুই আচামী ।ফটাশিল আমবাৰী আৰক্ষী থানা এলেকাত ঘটিল চাঞ্চল্যকৰ কাণ্ড। মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দুই গাড়ী চোৰক।…
Business ৰাজ্যিক বিজেপিত অথন্তৰ October 21, 2024 Dipshikha অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থী…