Author: Dipshikha

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে। ইয়াৰ বাহিৰেও ভাৰতৰ বাবে মূৰৰ কামোৰণি চীনৰ উপস্থিতি বা অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা…

দুবৰি বনৰ উপকাৰিতা।ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব !

ভাৰতীয় পৰম্পৰাত দূবৰি বনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ । সকলো ধৰণৰ পূজাত ব্যৱহাৰ হোৱাৰ লগতে ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব !দুবৰি বন এক ঔষধি উদ্ভিদ, যাৰ বহু উপকাৰিতা…

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱাৰ পৰা নিৰাপত্তা বাহিনীয়ে পুনৰ কুলগামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান…

নতুনকৈ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশক

এখন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ” বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে। এই তালিকাত ত্ৰিপুৰা,…

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে । হিট এণ্ড ৰাণৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য…

কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ

চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পাচতে কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ । পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে ।শেহতীয়াকৈ জানিব পৰা মতে, সোমবাৰে সন্ধিয়া দেশৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদৰ পৰা পদত্যাগ…

নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ

জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি…

শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ

পিষ্টলৰে শিলচৰৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগত মিজোৰামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকদ্বয় মিজোৰাম আইজলৰ টুইকোৱালৰ ডেভিড মাৰ আৰু খ্ৰীষ্টোফাৰ ভানলালপেকা। ধৃত দুই যুৱকৰ পৰা শিলচৰ আৰক্ষীয়ে এটা…

কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই

কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধাকণ্ঠলৈ জনাইছে সশ্ৰদ্ধ প্ৰণাম। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্দৰ, জাহাজ আৰু…

আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস

১ ছেপ্টেম্বৰত আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস হৈছিল। আতংকিত হৈ বহু লোক এতিয়াও নিজ ঘৰলৈ উভতি অহা নাই আৰু মুকলি আকাশৰ তলত…