Author: Dipshikha

জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি…

অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি

অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে।ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত…

আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন

আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ…

লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক

শনিবাৰে লণ্ডনত ১ লাখৰো অধিক লোকে ‘ইউনাইট দ্য কিংডম’ নামেৰে এক সমদল উলিয়াই। ইয়াৰ নেতৃত্ব দিছিল প্ৰব্ৰজন বিৰোধী নেতা টমী ৰবিনছন। এই প্ৰব্ৰজন বিৰোধী ৰেলী ব্ৰিটেইনৰ সৰ্ববৃহৎ সোঁপন্থী ৰেলী বুলি…

আজি অসমত জন্মাষ্টমী পালন হ’ব

সমগ্ৰ দেশতে জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি আজি অসমত জন্মাষ্টমী পালন হ’ব। প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ…

ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন

ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পাছতেই এজন অ’চিক নিলম্বন কৰাৰ বিপৰীতে এজনক ৰিজাৰ্ভ ক্ল’জ কৰে। ইয়াৰ বিপৰীতে তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে।ঘটনাত জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ…

আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী…

দিল্লী, মুম্বাই, ঝাৰখণ্ডত, মধ্যপ্ৰদেশ আৰু হায়দৰাবাদত অব্যাহত আছে অভিযান কেন্দ্ৰীয় সংস্থাৰ লগতে দিল্লী আৰক্ষী বিশেষ কোষৰ অভিযান। এই অভিযানত ISIS ৰ ৫জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে দুটা সন্ত্ৰাসবাদীক দিল্লীৰ…

সামাজিক মাধ্যমৰ পোষ্টক লৈ আৰক্ষীয়ে কৰিব নোৱাৰিব গোচৰ পঞ্জীয়ন

সামাজিক মাধ্যমত কৰা পোষ্টৰ বিৰুদ্ধে বিভিন্ন সময়ত বহুতে এজাহাৰ দাখিল কৰে । কিন্তু এই ক্ষেত্ৰত কঠোৰ হৈছে আদালত ।সামাজিক মাধ্যমৰ পোষ্টৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিব নোৱাৰিব আৰক্ষীয়ে…

এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই…

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ।…