Business আজি অভিৰুচি ক্ৰীড়া দিৱস September 3, 2025 Dipshikha আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস।…
Business হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন September 3, 2025 Dipshikha উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন…
Business কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি September 3, 2025 Dipshikha কৰ্দৈ হৈছে এক উপকাৰী ফল, যাৰ বহু স্বাস্থ্যগত উপকাৰিতা আছে, যেনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা, ওজন কমাবলৈ সহায় কৰা, হজম শক্তি বৃদ্ধি কৰা, আৰু শৰীৰক পানী…
Business কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা September 2, 2025 Dipshikha ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব…
Business প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ September 2, 2025 Dipshikha ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি…
Business ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে September 2, 2025 Dipshikha ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। এই বিধেয়কখন ২০২৫ চনৰ এপ্ৰিল মাহত সংসদত গৃহীত হৈছিল আৰু এতিয়া ইয়াৰ অধিসূচনা মন্ত্ৰালয়ে…
Business মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব September 2, 2025 Dipshikha মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ…
Business বিপিএফ প্ৰধান হাগ্ৰামাই মনোনয়ন দাখিল কৰে September 1, 2025 Dipshikha বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা। ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে।
Business পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা September 1, 2025 Dipshikha পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে তেওঁৰ সতীৰ্থই। তাৰ পাছতে বৰ্তমান ছাত্ৰীগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।জানিব পৰা মতে, এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰথমে…
Business হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া September 1, 2025 Dipshikha ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৰপেটাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক…