Author: Dipshikha

এক ফেৰী দুৰ্ঘটনা

দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। MV তৃষা কাৰষ্টিন-৩ নামৰ…

এগৰাকী যুৱতীৰ জয়গান দেশজুৰি

গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা…

আমেৰিকাত ভয়ংকৰ দুৰ্যোগ

তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক…

তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰাক লৈ বিতৰ্ক

তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ লগতে সামূহিকভাৱে ৰাষ্ট্ৰগান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দিয়া হয় ভাৰত মাতাৰ শ্ল’গান। এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ…

অৰুণাচলত ভয়ংকৰ ঘটনা

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলম (Ranglom) ত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ । বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (ৱাই এ) আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত…

ধঁপাত সেৱনকাৰীলৈ ডাঙৰ খবৰ

গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য…

পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত…

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতি দেশজুৰি

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ হোৱা এই পেৰেড কৰ্তব্য পথেৰে লালকিল্লালৈ যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তিনিটা…

গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা

গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই । শনিবাৰে সন্ধিয়া দলেবলে বিজেপিত যোগদান কৰিব শংকৰজ্যোতিয়ে ৷ যোগদানৰ পূৰ্বে সংবাদ শিৰোনাম লাভ কৰিছে…

এক আকৰ্ষণীয় স্থান

সুন্দৰ মহল, চামুণ্ডী পাহাৰ আৰু বৃন্দাবন গাৰ্ডেন আদিৰ বাবে বিখ্যাত মহীশূৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হৈছে আন এক আকৰ্ষণীয় স্থান । দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে মহীশূৰে…