Author: Dipshikha

চয়াবিনৰ উপকাৰী গুণৰ বিষয়ে জানেনে

চয়াবিন আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷চয়াবিন এক পুষ্টিসমৃদ্ধ খাদ্য ৷ এয়া আমি সকলোৱে জানো ৷ অৱশ্যে এই কথা জানিও বহুসময়ত চয়াবিনক লৈ বিদ্ৰুপৰ…

সন্ত্ৰাসবাদীক সহায় কৰা তিনিজনক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে চলাই থকা অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে। এই অভিযানৰ অংশ হিচাপে আজি নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সাফল্য। কাশ্মীৰ অঞ্চলৰ বুডগাম জিলাত আজি…

তৰমুজৰ উপকাৰীতাৰ বিষয়ে জানেনে

গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে…

বিষাক্ত সুৰাই কাল হ’ল ১২জনকৈ লোকৰ

বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হল ভয়ংকৰ ঘটনা। ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত ৫জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে অমৃতসৰৰ মাজিঠা অঞ্চলত।আৰক্ষীয়ে সদৰি…

নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে…

বেলুছ লিবাৰেশ্যন আৰ্মীয়ে শেষ কৰিব পাকিস্তানক

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এক ডাঙৰ ঘোষণা কৰিছে। উল্লেখ্য যে, বি এল এ দশক দশক ধৰি স্বাধীন বেলুচিস্তানৰ দাবী জনাই আহিছে।ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতে…

ভাৰতে ধ্বংস কৰিলে লাহোৰৰ এয়াৰ ডিফেন্স ব্যৱস্থা

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত চলোৱা সামৰিক আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ…

পাকিস্তানে পুনৰ ভাৰতক দিলে হুংকাৰ

দেশবাসীক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে ভাৰতে মঙলবাৰে নিশা কৰা ভুলৰ বাবে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।“অপাৰেশ্যন সেন্দূৰ”ৰ জৰিয়তে পহলগামত হেৰুওৱা সেন্দূৰৰ প্ৰতিশোধ ল’লে ভাৰতে। ইফালে সন্ত্ৰাসবাদীৰ…

ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাক ৰেঞ্জাৰক আটক

আজি ৰাজস্থানৰ শ্ৰীগংগনগৰত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। সূত্ৰ অনুসৰি ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ এগৰাকী পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিছে। পাক ৰেঞ্জাৰগৰাকীয়ে সীমান্ত…

আপুনিও উচ্চ ৰক্তচাপত ভুগি আছে নেকি

চয়াবিন আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷চয়াবিন এক পুষ্টিসমৃদ্ধ খাদ্য ৷ এয়া আমি সকলোৱে জানো ৷ অৱশ্যে এই কথা জানিও বহুসময়ত চয়াবিনক লৈ বিদ্ৰুপৰ…